ETV Bharat / snippets

অৰুণাচল সীমান্তৱৰ্তী জহিং নৈৰ বালিচৰত উদ্ধাৰ এটা মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 9:02 AM IST

Death body recovered in lakhimpur
অৰুণাচল সীমান্তৱৰ্তী জহিং নৈৰ বালিচৰত উদ্ধাৰ এটা মৃতদেহ (ETV Bharat)

লখিমপুৰ, ৫ আগষ্ট : লখিমপুৰ নগৰৰ পৰা কিছু নিলগৰ অৰুণাচল সীমান্তৱৰ্তী জহিং নৈৰ বালিচৰত সোমবাৰে পুৱাই উদ্ধাৰ হয় এটা মৃতদেহ । কাহিলি পুৱাতে বালিচৰত মৃতদেহটো প্ৰত্যক্ষ কৰি ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ৷

উদ্ধাৰ হোৱা মৃতদেহটো ধেমাজি জিলাৰ ৰেৱত চাংমাইৰ(৫০) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ স্থানীয় ৰাইজে জনোৱা মতে, দলঙত কাম কৰি থাকোতে সম্ভৱত পিচলি নৈত পৰি যায় ৰেৱত চাংমাই ৷ যাৰ ফলতে তেওঁৰ মৃত্যু হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.