ETV Bharat / snippets

জিলাৰ ৰেংকিঙ ফ্ৰেমৱৰ্কত দৰং জিলাই লাভ কৰিছে তৃতীয় স্থান

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:53 PM IST

DARANG DISTRICT
ৰেংকিঙ ফ্ৰেমৱৰ্কত দৰং জিলাই লাভ কৰিছে তৃতীয় স্থান (ETV Bharat Assam)

দৰং, 1 ছেপ্টেম্বৰ : ৩০ জুলাইত অনুষ্ঠিত উপায়ুক্তৰ সন্মিলনত জিলাৰ মানৰ কাঠামো ডিষ্টিক্ট ৰেংকিঙ ফ্ৰেমৱৰ্কৰ ওপৰত হোৱা আলোচনামৰ্মে অসমৰ ৩৫ জন জিলাক ‘এ’ আৰু ‘বি’ দুটা ভাগত ভাগ কৰি নতুন কাঠামো সজোৱা হৈছে । দৰং জিলাই ১০০ নম্বৰৰ ভিতৰত ৭৩.২১৬ লাভ কৰি ‘এচিভাৰ’ শাখাত তৃতীয় স্থান লাভ কৰে । জুলাই মাহৰ ৰেংকিঙৰ বাবে শিক্ষা, স্বাস্থ্য, জল জীৱন আঁচনি আদি বিভিন্ন ক্ষেত্ৰৰ ভিত্তিত এই স্থান লাভ কৰে জিলাখনে ৷

‘এ’ ভাগত ২০২৪ চনৰ বাবে ৰাজ্যখনৰ প্ৰকল্পিত জনসংখ্যাৰ ২ শতাংশতকৈ অধিক জনসংখ্যা থকা পুৰণি জিলাসমূহ আৰু 'বি' ভাগত ২০২৪ চনৰ বাবে ২ শতাংশতকৈ কম জনসংখ্যা থকা জিলাসমূহ অন্তৰ্ভুক্ত কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.