ETV Bharat / snippets

গৰমৰ বাবে মৃত্যুক আকোঁৱালি ল’লে এগৰাকী মহিলাই

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 9:49 PM IST

WOMAN DIES OF HEATSTROKE
গৰমৰ বাবে প্ৰাণ গ’ল মহিলাৰ (ETV Bharat)

যোৰহাট, 26 জুলাই : প্ৰচণ্ড গৰমৰ বাবে মৃত্যুক আকোঁৱালি ল’লে এগৰাকী মহিলাই ৷ জানিব পৰা মতে পশ্চিম যোৰহাটৰ সৰু হুজ গাঁও নিবাসী বাবুল দাসৰ পত্নী নিভা দাসে (৩৭) বিশেষ কামৰ বাবে যোৰহাট নগৰলৈ আহিছিল ৷ নগৰৰ মাজমজিয়াৰ ভোগদৈ দলঙৰ পৰা অলপ দূৰৈত হঠাতে মহিলাগৰাকী বাগৰি পৰে আৰু কিছু সময়ৰ পিচতে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় ৷

স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে প্ৰচণ্ড গৰমৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে আজি যোৰহাটত তাপমাত্ৰাই ৩৮ ডিগ্ৰী ছেলছিয়াচ অতিক্ৰম কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.