ETV Bharat / state

78 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে কোন জিলাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 8:06 PM IST

Independence Day celebration: 15 আগষ্টত দেশে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস ৷ অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ৷ চাওক সবিশেষ...

Independence Day celebration
78TH INDEPENDENCE DAY (ETV Bharat)

নিউজ ডেস্ক, 13 আগষ্ট: দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো এটা দিন ৷ সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপন কৰা হ’ব দেশৰ স্বাধীনতা দিৱসটি ৷ অসমতো জিলাই জিলাই চৰকাৰীভাৱে স্বাধীনতা দিৱসৰ আয়োজন কৰা হৈছে ৷ লগতে বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানেও স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে ৷ স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব ? চাওঁ আহক...

  1. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা- খানাপাৰা গুৱাহাটীৰ ৰাজ্যিক অনুষ্ঠান
  2. ৰণজিৎ কুমাৰ দাস, পঞ্চায়ত/গ্ৰামোন্নয়ন মন্ত্ৰী- বঙাইগাঁও
  3. অতুল বৰা, কৃষি মন্ত্ৰী- নগাঁও
  4. উৰ্খাও গৌড়া ব্ৰহ্ম, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী- দৰং
  5. চন্দ্ৰমোহন পাটোৱাৰী, বন আৰু পৰিৱেশ মন্ত্ৰী- কামৰূপ
  6. কেশৱ মহন্ত, পৰিবহণ মন্ত্ৰী- হোজাই
  7. ডাঃ ৰণোজ পেগু, শিক্ষামন্ত্ৰী- লখিমপুৰ
  8. অশোক সিংহল, নগৰ উন্নয়ন মন্ত্ৰী- শোণিতপুৰ
  9. যোগেন মহন, ৰাজহ মন্ত্ৰী- যোৰহাট
  10. সঞ্জয় কিষাণ, শ্ৰম মন্ত্ৰী- তিনিচুকীয়া
  11. অজন্তা নেওগ, বিত্তমন্ত্ৰী- গোলাঘাট
  12. পীযুষ হাজৰীকা, জলসম্পদ মন্ত্ৰী- গোৱালপাৰা
  13. বিমল বড়া, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী- ডিব্ৰুগড়
  14. নন্দিতা গাৰ্লোচা, শক্তি মন্ত্ৰী- শিলচৰ
  15. জয়ন্ত মল্লবৰুৱা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী- নলবাৰী
  16. প্ৰমোদ বড়ো, বিটিআৰ প্ৰধান- কোকৰাঝাৰ
  17. তুলিৰাম ৰংহাং, মুখ্য কাৰ্যবাহী, কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদ- ডিফু
  18. দেৱলাল গাৰ্লোচা, মুখ্য কাৰ্যবাহী, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ- হাফলং
  19. গোবিন্দ বসুমতাৰী, উপ-মুখ্য কাৰ্যবাহী, বিটিচি- ওদালগুৰি

উল্লেখ্য যে দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত আৰম্ভ কৰা হৈছে ঘৰে ঘৰে ত্ৰিৰংগা অভিযান ৷ ইতিমধ্যে দেশৰ আন প্ৰান্তৰ লগতে অসমতো বিজেপি কৰ্মীসকলে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বিভিন্ন সমদল বাহিৰ কৰা দেখা গৈছে ৷ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজক স্বাধীনতা দিৱসত ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ বাইক ৰেলী - INDEPENDENCE DAY 2024

বাইকত উঠি সৰ্বানন্দ সোণোৱালে দিলে ‘ভাৰত মাতা কি জয়' ধ্বনি - Union Minister Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.