ETV Bharat / state

স্থান ঘোষণা নকৰা সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ মনৰ ভাৱ জানি লওক - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 12:03 PM IST

HS Result 2024 : নতুন নিয়মেৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষই কি ক’লে শুনক-

Reaction of Students and Teacher of Dibrugarh after declaring hs result
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল (ETV BHARAT ASSAM)
স্থান সন্দৰ্ভত মনৰ ভাষ্য (ETV BHARAT ASSAM)

ডিব্ৰুগড়, ৯ মে’ : বহু চৰ্চাৰ অন্তত আজি প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল । ৯ বজাৰ লগে লগে ঘোষণা হ’ল বিজ্ঞান, কলা আৰু বাণিজ্যৰ লগতে বৃত্তিমূখী শাখাৰ ফলাফল । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত কোনো শীৰ্ষ স্থান নথকাকৈ ফলাফল ঘোষণা কৰিলে শিক্ষা বিভাগে ।

শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ পাচতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাৰ আগশাৰীৰ বিদ্যালয়সমূহত নাই পূৰ্বৰ বৰ্ষসমূহৰ দৰে কোনো উৎসৱ মুখৰ পৰিৱেশ । তথাপিও নতুন নিয়মেৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক আদৰণি জনাই ডিব্ৰুগড়ৰ ছাত্ৰ- ছাত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষই ।

তথ্য অনুসৰি, এইবাৰ ডিব্ৰুগড় জিলাৰ ফলাফলসমূহ এনেধৰণৰ-

কলা শাখা :

  • মুঠ ৬৭৭৭ ৰ ভিতৰত উত্তীৰ্ণ হৈছে ৬৩১৯ জন
  • ১৭৩৪ প্ৰথম বিভাগ
  • ২২৬১জন দ্বিতীয়
  • ২৩২৪ তৃতীয় বিভাগ
  • মুঠ ৯৩.২৪ শতাংশ উত্তীৰ্ণ

বিজ্ঞান শাখা :

  • ২৫৩০ ৰ ভিতৰত ২৩৪৫ উত্তীৰ্ণ
  • প্ৰথম বিভাগত ১৪৮০
  • দ্বিতীয় বিভাগত ৫৮৪
  • তৃতীয় বিভাগত ২৮১ জন
  • উত্তীৰ্ণৰ হাৰ ৯২.৬৯

বাণিজ্য শাখা :

  • ১১৪২ ৰ ভিতৰত ১০০৭জন উত্তীৰ্ণ
  • প্ৰথম বিভাগত ৪৫২
  • দ্বিতীয় বিভাগত ৩৫৪ জন
  • তৃতীয় বিভাগত ২০১ জন
  • উত্তীৰ্ণ হাৰ ৮৮.১৮ শতাংশ

নতুন নিয়মেৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক আদৰণি জনাই ডিব্ৰুগড়ৰ আগশাৰীৰ বিদ্যালয় ছল্ট ব্ৰুক একাডেমীৰ অধ্যক্ষই কয়, ‘‘এই নতুন নিয়মে শৈক্ষিক ক্ষেত্ৰলৈ পৰিবৰ্তন আনিব । এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজক প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব’’ ।

উল্লেখ্য যে, পুৱা ৯ বজাৰৰ লগে লগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কেবাটাও ৱেবছাইটত প্ৰকাশ কৰিছে ফলাফল ৷ ৱেবছাইট কেইটা হ’ল -

1) https://ahsec.assam.gov.in/

2) https://iresults.net/

3) https://indiaresults.com/

4) https://assamjobalerts.com/

5) https://www.results.shiksha/

6) https://iresults.in/

7) https://www.fastresult.in/

8) https://assamresult.in/

আজি তিনিওটা শাখা ক্ৰমে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ লগতে বৃত্তিমুখী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক :

ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা অধিক : ৰামানুজনৰ অধ্যক্ষ - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.