ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 4TH NOVEMBER
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 4, 2024, 12:34 AM IST

মেষ ৰাশি : আজি আপোনাৰ জাগতিক চাহিদাতকৈ আধ্যাত্মিক চাহিদা অধিক হ’ব ৷ আজি গোটেই দিন আধ্যাত্মিকতাৰ সন্ধানত আপুনি ব্যস্ত হৈ থাকিব । গভীৰ চিন্তনে ইয়াক সম্ভৱ কৰি তুলিব পাৰে । আপুনি এক লেখত ল’বলগীয়া আধ্যাত্মিক উন্নতিৰ অভিজ্ঞতা লাভ কৰিব পাৰে । কিন্তু আজি ভাবি চিন্তি কথা ক’ব । শব্দ ব্যৱহাৰত সজাগ নহ’লে বা আপোনাৰ কথা কোৱাৰ ঢং ঠিক নাথাকিলে আপোনাৰ জীৱনত ধুমুহা আহি যাব পাৰে । নতুন কোনো কাম আৰম্ভ নকৰিব, প্ৰতিপক্ষসকলৰ পৰা দূৰত থাকিব । আপুনি কোনো অস্বাভাৱিক উৎসৰ পৰা লাভৱান হ’ব পাৰে ।

বৃষ ৰাশি : পৰিয়ালৰ সৈতে কোনো সামাজিক অনুষ্ঠানত বা ক’ৰবাত ফুৰিবলৈ বা কোনো বনভোজত ফুৰিবলৈ যাব পাৰে । আপুনি কোনো আলোচনাত অংশ ল’ব পাৰে, যি আপোনাৰ ব্যৱসায়ৰ অধিক উন্নতি কৰিব । সামাজিকভাৱে আপুনি বহুত সন্মান পাব । ব্যক্তিগতভাৱে আপুনি বহুত ধন পাব ।

মিথুন ৰাশি : আজি কোনো কাম সফলভাৱে সম্পন্ন কৰাৰ বাবে বহুত ভাল । আজি আপোনাৰ নাম-যশ বৃদ্ধি পাব পাৰে । ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ’ব । আজি আপুনি পৰ্যাপ্ত ধন লাভ কৰিব পাৰে, কিন্তু একে সময়তে এৰাই চলিব নোৱৰা কোনো কাৰণত বিশাল পৰিমাণ ধন খৰছো হৈ যাব পাৰে । যিয়ে নহওক কিয়, আপোনাৰ আজি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ হ’ব । কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ প্ৰাপ্য স্বীকৃতি পাব । অৱশ্যে আপুনি যদি কথা কোৱাৰ সময়ত সতৰ্ক থাকে, তেতিয়া আৰু ভাল হ’ব আপোনাৰ ।

কৰ্কট ৰাশি : আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু আপুনি বহুত বিষয়ক লৈ চিন্তাত থাকিব পাৰে । আপোনাৰ চিন্তাৰ আচল কাৰণ হ’ব আপোনাৰ বন্ধু বা সন্তান বা দুয়ো একেলগে । কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কথা কোৱাৰ ঢং ঠিক কৰিব । অনাৱশ্যক তৰ্ক এৰাই চলক । সম্ভৱ হ’লে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক । আপোনাৰ মনৰ ওপৰত গ্ৰহৰ প্ৰভাৱ প্ৰতিকূল বাবে এনেকুৱা কোনো কাম নকৰিব, যাৰবাবে আপোনাৰ মানসিক সক্ষমতাৰ সাধাৰণ মানতকৈ অধিক মানৰ প্ৰয়োজন হয় ।

সিংহ ৰাশি : আজি অলপ সাৱধান হৈ থাকক । ভাবিচিন্তি যি কোনো কাম কৰিব আৰু আপোনাৰ আঁৰত কি হৈ আছে সেই সম্বন্ধেও সজাগ থাকিব । মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হৈ যাব পাৰে । আপোনাৰ কথা কোৱাৰ ঢঙত অত্যধিক ৰুক্ষতা আৰু নেতিবাচক ভাৱ থকাৰ বাবে তৰ্ক-বিতৰ্কত বহুত ডাঙৰ ভূমিকা পালন কৰিব । সেয়ে যিমান সোনকালে সম্ভৱ এই সমস্যাটোৰ সমাধান কৰি লওঁক । কাগজ পত্ৰৰ কাম আৰু পানীৰ ক্ষেত্ৰত সতৰ্ক থাকক ।

কন্যা ৰাশি : সুস্থ শৰীৰত সুস্থ মনৰ বাস । আপোনাৰ শৰীৰ আৰু মন দুয়ো যিমান সম্ভৱ সুস্থ হৈ থাকিব । এয়া আপোনাক গোটেই দিন উৎসাহপূৰ্ণ কৰি ৰাখিব । আপুনি আজি কাম কাজ ভালকৈ কৰিব পাৰিব আৰু নিজৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব পাৰিব । ইয়াৰ বিনিময়ত তেওঁলোকেও আপোনাৰ প্ৰতি নিঃচৰ্ত সাহায্য আগবঢ়াই দিব । আধ্যাত্মিকতাত আপোনাৰ জ্ঞানৰ স্বীকৃতি পাব ।

তুলা ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব । কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয় । আপোনাৰ আঁকোৰগোজ স্বভাৱে আপোনাক আৰু আনকো বহুত অসুবিধাত পেলাব । যিয়ে হওক, আৰ্থিকভাৱে আজিৰ দিনটো ভাল, অৱশ্যে তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ।

বৃশ্চিক ৰাশি : আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অদম্য হৈ থাকিব । আপোনাৰ ঘৰুৱা পৰিৱেশ সকলৰ বাবে আদৰ্শ হৈ থাকিব আৰু প্ৰত্যেকেই বহুত স্বচ্ছন্দ হৈ থাকিব । আপুনি কেইজনমান পুৰণি বন্ধুক লগ পাব পাৰে, যাৰ ফলত আপোনাৰ মুখত এটা ডাঙৰ হাঁহি বিৰিঙিব । আজি সৰহ ভাগ দিনটো আপুনি কোনো সুন্দৰ ঠাইত ছুটী কটাই পাৰ কৰি দিব বা এনেকুৱা কোনো ছুটীৰ পৰিকল্পনা কৰিব ।

ধনু ৰাশি : আপুনি নিজৰ মুখত লেকাম দি ৰাখিব নোৱাৰিব আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিব বাবে আপুনি কোনো সমস্যাত পৰিব পাৰে । আপুনি যিমান পাৰে চেষ্টা কৰক নিজৰ কথা আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ, নহ’লে গোটেই দিনটো আপোনাৰ তৰ্ক-বিতৰ্ক আৰু স্পষ্টীকৰণ দিওঁতে দিওঁতে পাৰ হৈ যাব । মানসিকভাৱে আপোনাৰ বেয়া লাগি থাকিব । আপোনাৰ সমস্যাবোৰ ইমানেই ধ্বংসাত্মক যে সেয়া আপুনি চিন্তাও কৰিব পৰা নাই । আজি প্ৰিয়জনৰ সৈতে আপুনি ভাল মনেৰে থাকিব নোৱাৰিব । স্বাস্থ্যও বৰ ভালে নাথাকিব ।

মকৰ ৰাশি : আজিৰ দিনটো অনুকূলে পাৰ হ’ব । আপুনি নিজৰ পছন্দৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে । আপুনি যদি বিবাহপ্ৰাৰ্থী আৰু জীৱনত যদি থিতাপি ল’ব খোজে তেতিয়া হ’লে তাৰবাবে আজিৰ দিনটোতকৈ ভাল দিন আৰু নাই । কোনো বন্ধুৰ পৰা আকস্মিক উপহাৰ পাব পাৰে । আপোনাৰ ভ্ৰমণৰ যোগ আছে । আপোনাৰ ব্যৱসায় বৃদ্ধি হ’ব, গতিকে বিলাসিতাৰ নামত অধিক ব্যয় হ’লেও আপোনাৰ কোনো অসুবিধা নহ’ব ।

কুম্ভ ৰাশি : আপোনাৰ শৰীৰ আৰু মন আজি শান্তিত থাকিব । সকলো কাম ভালে ভালে হ’ব । কৰ্মক্ষেত্ৰত আপুনি ভালকৈ কাম কৰিব পাৰিব আৰু আপোনাৰ কামৰ স্বীকৃতিও পাব । এয়া আপোনাক অধিক উদ্যমী কৰি তুলিব আৰু সহকৰ্মীসকলৰ পৰা সামান্য সহযোগিতা পালেই আপুনি আৰু অধিক ভালকৈ কাম কৰি দেখুৱাব পাৰিব । সামাজিকভাৱে আপোনাৰ সন্মান আৰু স্বীকৃতি বৃদ্ধি পাব । বন্ধু আৰু প্ৰিয়জনসকলে আপোনাক লৈ গৰ্বিত হ’ব ।

মীন ৰাশি : মানসিক অশান্তিৰ কাৰণে আজি গোটেই দিন উদ্বিগ্ন হৈ থাকিব । শাৰীৰিকভাৱে ভাগৰুৱা আৰু এলেহুৱা হৈ থাকিব । ঊৰ্ধ্বতনসকলৰ সৈতে কাম কৰাৰ সময়ত সতৰ্ক হৈ থাকিব । আজি গোটেই দিন সন্তানক লৈ দুশ্চিন্তাত থাকিব । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব । ব্যৱসায়ীসকলে নানা বাধা-বিপত্তিত পৰিব । নেতিবাচক কথা বা চিন্তা এৰাই চলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.