ETV Bharat / state

স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে কৰ্কট ৰাশিৰ লোকৰ...আজি বিশেষ সাৱধানতা অৱলম্বন কৰক ধনু ৰাশিৰ লোকে...চাওক কি কয় আপোনাৰ ৰাশিচক্ৰই - DAILY HOROSCOPE FOR 29TH OCTOBER

কেনে যাব আপোনাৰ দিনটো ? কোন ৰাশিৰ জাতক-জাতিকাই এনে কি কাম কৰিলে পাব শুভফল ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 29TH OCTOBER 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Oct 29, 2024, 12:45 AM IST

মেষ ৰাশি: নতুন কাম বা যোজনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন ৷ মধ্যাহ্নৰ পিচত সফলতাৰ হাৰ বৃদ্ধি পাব ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা থাকিব পাৰে, কিন্তু ধৈৰ্য্য ধৰক, পিছৰ ভাগটো শান্ত আৰু সুখৰ হ’ব ৷ ধ্যান বা যোগাসন কৰিব পাৰে ৷

বৃষ ৰাশি: বন্ধু তথা প্ৰিয়জনৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ মধ্যাহ্নৰ পিচত অধিক সতৰ্ক হ’ব লাগিব ৷ বিৰোধীসকলৰ লগত অদৰকাৰী বিবাদ আৰু তৰ্কত লিপ্ত নহ’ব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক; আবেলি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷

মিথুন ৰাশি: দিনটোত সুস্থ-সবল হৈ থাকিব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ সহকৰ্মীসকলৰ পৰা সহায়ৰ হাত পাব ৷ ঘৰুৱা পৰিৱেশৰ সুন্দৰ হ’ব ৷

কৰ্কট ৰাশি: শুভ দিন ৷ পেটৰ অসুখত ভুগিব পাৰে ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ’ব ৷ ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব ৷ অলাগতিয়াল চিন্তা ত্য়াগ কৰক ৷

সিংহ ৰাশি: সফলতা লাভ কৰিব ৷ মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে ৷ আক্ৰমণাত্মক প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ বিনিয়োগত লোকচান হ’ব পাৰে ৷ ভৱিষ্যতে বিনিয়োগৰ পৰিকল্পনা কৰিবৰ বাবে এটা ভাল দিন ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আঁতৰত থাকক ৷

কন্যা ৰাশি: প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ লাভান্বিত হ’ব ৷ সতৰ্ক হোৱা উচিত ৷ শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিব পাৰে ৷ সম্পৰ্কীয় লোকৰ লগত হোৱা বিবাদে সম্পৰ্কত আঘাত হানিব পাৰে ৷ পানীৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: দিনটোৰ আৰম্ভণিতে সকলো ঠিকেই হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটি ক্লান্তি, উদ্বেগ আৰু নেতিবাচক মনোভাৱ হ’ব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ আক্ৰমণাত্মক প্ৰবৃত্তিয়ে প্ৰভাৱ পেলাব পাৰে ৷ নতুন প্ৰকল্প আৰু কামত আৰম্ভ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: অপ্ৰয়োজনীয় বিবাদ আঁতৰ কৰাত সফল হ’ব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক ৷ ব্যয় সীমিত হ’ব ৷ অত্যধিক ব্যয়ে আৰ্থিকভাৱে জুৰুলা কৰিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷

ধনু ৰাশি: দিনটো সমস্যাৰে জৰ্জৰিত হ’ব ৷ দ্ৰুতগতিত বাহন নচলাব ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ৷ অস্ত্ৰোপাচাৰ এৰাই চলক ৷ ব্যয় বৃদ্ধি হ’ব ৷ ধৈৰ্য ধৰক আৰু তৰ্ক কৰা আৰু জটিলতা সৃষ্টি কৰাৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷

মকৰ ৰাশি: পেচাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ফলপ্ৰসূ হ’ব ৷ ঘৰৰ পৰিৱেশ আৰামদায়ক হৈ থাকিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ অতিৰিক্ত ব্যয়ে জেপ খালী কৰিব পাৰে ৷ সন্মান হানি হোৱা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷

কুম্ভ ৰাশি: সকলো দিশতেই ফলদায়ক পৰিণাম লাভ কৰিব ৷ পদোন্নতি, বেতন বৃদ্ধি আৰু প্ৰশংসাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত পিকনিক বা প্ৰমোদ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাৰ্হস্থ্য জীৱন সুখদায়ক আৰু আৰামদায়ক হ’ব ৷

মীন ৰাশি: শুভ দিন ৷ যিকোনো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.