উমৰাংচ' নোবাদী লংকুক্ৰ গাঁৱৰ তিনি যুৱকক হত্যাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনজিৎ নাইডিঙৰ বিৰুদ্ধে । | Read More
Live Assam News: Thu Oct 31 2024 অসমৰ তাজা খবৰ - ASSAM NEWS TODAY THU OCT 31 2024
![Live Assam News: Thu Oct 31 2024 অসমৰ তাজা খবৰ Etv Bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-etv-bharat-assam-live-updates.jpg?imwidth=3840)
![Assam Live News Desk author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assamlivenewsdesk-1726823862.jpeg)
Published : Oct 31, 2024, 8:48 AM IST
|Updated : Oct 31, 2024, 5:42 PM IST
উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ ই এমৰ বিৰুদ্ধে তিনি যুৱকক হত্যাৰ চেষ্টাৰ অভিযোগ
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22801723-thumbnail-16x9-11-bjp-aspera.jpg)
বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু মেজৰ বব খাটিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি
তেজপুৰৰ পৰা ভাৰ্ছুৱেলী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰে এই দুটা প্ৰকল্প । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22800663-thumbnail-16x9-bob-07-aspera.jpg)
কংগ্ৰেছে বল্লভভাই পেটেলক অন্ধকাৰত ৰাখিছিল: কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
"কংগ্ৰেছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক অৱহেলা কৰি অন্ধকাৰত ৰাখিছিল । ভাৰতবৰ্ষৰ প্ৰকৃত শক্তিক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল ।" কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22800594-thumbnail-16x9-01-moran-aspera.jpg)
দীপাৱলীৰ দিনাই উত্তাল জবকা চাহ বাগিচা; মজুৰিৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ
Protest in Sonari: সোণাৰিৰ জবকা চাহ বাগিচাৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ । ঘেৰাও কৰি ৰাখিলে বাগিচাৰ পৰিচালকক । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22800107-thumbnail-16x9-protest-06-aspera.jpg)
পলিথিনেৰে মেৰিয়াই ৰাজথপত মৃতদেহ চোঁচৰালে আৰক্ষীয়ে; তদন্তৰ নিৰ্দেশ ডিজিপিৰ
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছিপাঝাৰ-মঙলদৈ পথছোৱাত মৃত্যুৰ কিৰিলি । ভয়াৱহ দুৰ্ঘটনাত নিহত মঙলদৈৰ পিতৃ-কন্যাৰ একেলগে চিতা জ্বলিব নিজ গাঁৱত । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22800097-thumbnail-16x9-01-mangaldai-aspera.jpg)
নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুল হুছেইন গ'-বেক ধ্বনি ?
Assam Bye Election 2024: চামগুৰি সমষ্টিত গ'-বেক ধ্বনিৰ মাজতে পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰকিবুল হুছেইনৰ । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22799482-thumbnail-16x9-ngn-04-aspera.jpg)
নাঙলৰ দিনত বিটিআৰত অশান্তিৰ বাতাবৰণ আছিল: অশোক সিংহল
Assam Bye Election 2024: চিদলী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে বিপিএফৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী অশোক সিংহল । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22799193-thumbnail-16x9-uppl-03-aspera.jpg)
চীনৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে: ৰাজনাথ সিং
সহমতৰ ভিত্তিত ভাৰত-চীন সংঘাতৰ সমাধান অব্যাহত ৰাখিব চৰকাৰে । চুবুৰীয়া দেশৰ সৈতে আন্তৰিক সম্পৰ্ক ৰখাৰ স্পষ্ট নীতি ভাৰতৰ । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22799077-thumbnail-16x9-rajnath-02-aspera.jpg)
চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?
Bye Election 2024: চামগুৰিত তিনিগৰাকী কোটিপতি প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হাজাৰপতি প্ৰাৰ্থী । স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ বিপৰীতে বিধায়ক হোৱাৰ সপোন দেখিছে নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22798953-thumbnail-16x9-samaguri-01-aspera.jpg)
পাঁচ মাহৰ ভিতৰতে দেৱশিশুৰ যৌন নিৰ্যাতনকাৰীক শাস্তি প্ৰদান আদালতৰ; সামাজিক মাধ্যমযোগে আৰক্ষীক প্ৰশংসা ডিজিপিৰ
এটি পাঁচমহীয়া শিশুক যৌন নিৰ্যাতন চলোৱা অভিযুক্তৰ বিৰুদ্ধে ৫ মাহতে শাস্তি ঘোষণা আদালতৰ । মাত্ৰ ৬০ দিনতে তদন্তৰ অভিযোগনামা দাখিল কৰিছিল নগাঁও আৰক্ষীয়ে । | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22798969-thumbnail-16x9-nagaqon.jpg)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More
![ETV Bharat Live Updates](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-10-2024/1200-675-22792461-thumbnail-16x9-adads.jpg)