ETV Bharat / politics

চাৰিটা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,49,091 গৰাকী ভোটাৰে - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 7:26 AM IST

THIRD PHASE OF LS ELECTION : আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী । গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী । ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিছে 13 গৰাকী প্ৰাৰ্থী । কোকৰাঝাৰ সমষ্টিত অৱতীৰ্ণ হৈছে 12 গৰাকী প্ৰাৰ্থী । চাৰিটা সমষ্টিৰ মুঠ 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ই ভি এমত ।

Fate of 47 candidates from 4 constituencies to be decided in third phase of election
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত নিৰ্ণয় হ'ব চাৰিটা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য (GOOGLE)

গুৱাহাটী, 7 মে' : আজি ৰাজ্যৰ চাৰিটা সমষ্টিত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ 35 গৰাকী আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 61 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ই ভি এমত ।

সমষ্টি অনুসৰি প্ৰাৰ্থীৰ তালিকা -

গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৮ গৰাকী প্ৰাৰ্থীয়ে :
1. বিজেপিৰ বিজুলী কলিতা মেধি
2. কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী
3. ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী
4. বহুজন মহাপাৰ্টীৰ চেজন গয়াৰী
5. একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা
6. ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেল দলৰ দীপক কুমাৰ বড়ো
7. নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ
8. নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহ

কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা ‌আগবঢ়াইছে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে :
1. বি পি এফৰ খাম্ফা বৰগয়াৰী
2. ইউ পি পি এলৰ (বিজেপি মিত্ৰজোঁট) জয়ন্ত বসুমতাৰী
3. কংগ্ৰেছৰ গৰ্জন মুছাহাৰী
4. গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা
5. অবড়ো সুৰক্ষা সমিতিৰ সমর্থিত নির্দলীয় প্রার্থী জ্যোতিষ (জোন) দাস
6. তৃণমূল কংগ্ৰেছৰ গৌৰী শংকৰ শৰণীয়া
7. ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ললিত পেগু
8. নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰী
9. নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভা
10. নিৰ্দলীয় প্ৰাৰ্থী পংকজ ইছলাৰী
11. নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ
12. নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰক্ষ্ম

ধুবুৰী লোকসভা সমষ্টিত অৱতীৰ্ণ ১৩ গৰাকী প্ৰাৰ্থী :
1. অগপৰ জাবেদ ইছলাম
2. কংগ্ৰেছৰ ৰকিবুল হুছেইন
3. এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল
4. ভাৰতীয় গণ পৰিষদৰ এছ এম জিয়াউল হক
5. ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) সুৰত জামান মণ্ডল
6. ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ তহিদ্দুৰ ৰহমান
7. হিন্দু সমাজ পাৰ্টীৰ ৰাধাৰাণী বিশ্বাস
8. ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠুৱাল) ৰেজাউল কৰিম
9. অসম জন মৰ্চাৰ শুকুৰ আলী
10. দা নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াৰ হাফিজ বুঢ়ানউদ্দিন
11. নিৰ্দলীয় অলকেশ ৰয়
12. নির্দলীয় ফাৰুক খান
13. নিৰ্দলীয় বিশ্বজিৎ ৰায়

বৰপেটা লোকসভা সমষ্টিত ১৪ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্রতিদ্বন্দ্বিতা :
1. অগপৰ ফণীভূষণ চৌধুৰী
2. কংগ্ৰেছৰ দীপ বায়ন
3. চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ
4. বি পি এফৰ চামেজ উদ্দিন
5. ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আবুবক্কৰ ছিদ্দিকি
6. তৃণমূল কংগ্ৰেছৰ আবুল কালাম আজাদ
7. ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠুৱাল) আমজাদ আলী
8. ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) চিত্রলেখা দাস
9. ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ছাহজাহান আলী খান
10. নিৰ্দলীয় এ হক
11. নিৰ্দলীয় দুলু আহমেদ
12. নিৰ্দলীয় জগন্নাথ ৰায়
13. নিৰ্দলীয় দেৱান মহিবুল ইছলাম
14. নিৰ্দলীয় মতিয়াৰ ৰহমান

লগতে পঢ়ক:

গুৱাহাটী লোকসভা সমষ্টি : প্ৰতিদ্বন্দ্বিতাত নামিছে আঠগৰাকী প্ৰাৰ্থীয়ে - LOK SABHA ELECTION 2024

কি হ’ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংক ? - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.