ETV Bharat / photos

photos-of-pm-narendra-modi-visit-to-kashi

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:26 AM IST

কাশীত প্ৰধানমন্ত্ৰী মোদী
শনিবাৰে বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয় ৷ তাৰ পাচত তেওঁ বাৰাণসৰ বিমানবন্দৰৰ পৰা বিশ্বনাথ মন্দিৰলৈ ৰোড শ্ব’ কৰে ৷ ইয়াৰে পিচত প্ৰধানমন্ত্ৰী উপস্থিত হয় বিশ্বনাথ মন্দিৰত ৷ য’ত মোদীক পূজা-অৰ্চনা কৰা দেখিবলৈ পোৱা যায় । বিশ্বনাথ মন্দিৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ কিছু আলোকচিত্ৰ চাওঁ আহক...
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.