বৰফৰ শুভ্ৰ আচ্ছাদনেৰে মনোমোহা কংগনা ৰনৌতৰ মনালীৰ ঘৰ, চাওক ফটো - কংগনা ৰনৌতৰ মনালীৰ ঘৰ

Kangana Ranaut Manali house pics : কামৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় কংগনা ৰনৌত । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ হিমাচলৰ ঘৰৰ কিছু ফটো শ্বেয়াৰ কৰিছিল । য’ত ঘৰটো সম্পূৰ্ণ ৰূপে বৰফৰ ডাঠ বগা চাদৰে আৱৰি থকা দেখা গৈছে ৷ চাওক ফটোসমূহ . . .

Published : Feb 1, 2024, 4:19 PM IST