দৈনিক খাওক এইসমূহ আইৰণ সমৃদ্ধ খাদ্য; দূৰ হ’ব শৰীৰত তেজৰ অভাৱ - Hemoglobin
![দৈনিক খাওক এইসমূহ আইৰণ সমৃদ্ধ খাদ্য; দূৰ হ’ব শৰীৰত তেজৰ অভাৱ দৈনিক খাওক এই আইৰণ সমৃদ্ধ খাদ্য; দূৰ হ’ব শৰীৰত তেজৰ অভাৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-01-2024/1200-675-20615368-thumbnail-16x9-vhd.jpg?imwidth=3840)
শৰীৰক সুস্থ কৰি ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তেজ থকাটো অতি প্ৰয়োজনীয় । বহুলোকে নিজৰ খাদ্যাভ্যাসৰ যত্ন ল’বলৈ পাহৰি যোৱাৰ ফলত শৰীৰত তেজৰ অভাৱত ভোগে ৷ ৰক্তকণিকা বৃদ্ধিৰ বাবে আপুনি খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে ৷ আইৰণৰ অভাৱ দূৰ কৰিবলৈ কেনে খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক-
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 29, 2024, 12:08 PM IST