ETV Bharat / health

শালমন আঁতৰাবলৈ আপুনি ক্ৰীম বা ফেচৱাচ ব্যৱহাৰ কৰে নেকি ? - Cancer through Acne products

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:28 PM IST

CAN ACNE CAUSE SKIN CANCER : আপোনাৰো যদি এই অভ্যাস আছে, তেন্তে আজিয়েই এই অভ্যাস ত্যাগ কৰক ৷ কিয়নো শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা এক তথ্য মতে, শালমইনা আঁতৰাবলৈ ব্যৱহাৰ কৰা ক্ৰীমে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

creams to remove acne can cause of Cancer
শালমন আঁতৰাবলৈ আপুনি ক্ৰীম বা ফেচ ৱাচ ব্যৱহাৰ কৰে নেকি ? (SOURCE: FREEPIK)

শালমইনা সকলোৰে বাবে এক বৰ ডাঙৰ সমস্যা ৷ বিশেষকৈ মহিলাসকলৰ বাবে ৷ শালমইনা ওলোৱাৰ ফলত গোটেই মুখখনত দাগ পৰে । সকলোৱে বিচাৰে নিজৰ মুখখন ধুনীয়া হৈ থকাটো । কিন্তু শালমইনাৰ দাগৰ বাবে মুখখন দেখিবলৈ বেয়া হৈ পৰে ।

সেয়ে মহিলাসকলে এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহু উপায় অৱলম্বন কৰে ৷ বহু মহিলাই শালমইনাত ক্ৰীম প্ৰয়োগ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে ৷ কিন্তু শালমইনাৰ ওপৰত ক্ৰীম লগোৱাৰ ফল অতি ভয়াৱহ হৈ পৰে ৷

আপোনাৰো যদি এই অভ্যাস আছে, তেন্তে আজিয়েই সলনি কৰক ৷ কিয়নো শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে, শাইমইনা আঁতৰাবলৈ ব্যৱহাৰ কৰা ক্ৰীমে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

আপোনালোকে ঠিকেই পঢ়িছে, আমেৰিকান গৱেষণাগাৰ ভালিচুৰে ক্লিংকে, ক্লিয়াৰচিলেণ্ড প্ৰ' এক্টিভৰ দৰে বহু নামী-দামী ব্ৰেণ্ডৰ নাম উল্লেখ কৰি এফডিএক এখন আবেদন দাখিল কৰিছে ৷ আবেদনত উল্লেখ কৰা অনুসৰি, এই সামগ্ৰীবোৰত বেঞ্জিন অতি উচ্চ পৰিমাণত পোৱা যায় ৷ যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয় ৷

তদুপৰি শালমইনা আঁতৰোৱাৰ বাবে বজাৰত উপলব্ধ ক্ৰীম তথা ফেচৱাছ সমূহত বেঞ্জোইল পেৰ’ক্সাইড পোৱা যায় ৷ বিশেষজ্ঞসকলে এইটোও স্পষ্ট কৰে যে, কেৱল এই সামগ্ৰীবোৰত বেঞ্জিন থকাৰ অৰ্থ এইটো নহয় যে, ই ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰে ৷ বিপৰীতে ই কৰ্কট ৰোগৰ আশংকাহে বৃদ্ধি কৰে ৷

ছাল দীঘলীয়া সময়ৰ বাবে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে আমাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে ৷ আৰম্ভণিতে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ফলত ক্ৰমান্বয়ে এপ্লাছিয়া আৰু মেটাপ্লাছিয়াৰ দৰে গুৰুতৰ সমস্যাও হ'ব পাৰে ৷

লগতে পঢ়ক: সাৱধান! আপুনি জানেনে অত্যধিক যৌন আসক্তি আপোনাৰ বাবে কিয় বিপদজনক ? - Sex Addiction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.