ETV Bharat / entertainment

ক্ৰিটিকছ চইছ এৱাৰ্ডছত 12th fail এ লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 12:50 PM IST

Critics Choice Awards 2024: ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪ত বিক্ৰান্ত মেছিৰ ছবি ‘12th fail’ এ আধিপত্য বিস্তাৰ কৰে । এই ছবিখনৰ বাবে বিক্ৰান্তে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰে ।

Critics Choice Awards 2024 Winners complete list
ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: মঙলবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪ ত । এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠানৰ ষষ্ঠ ছিজন আয়োজন কৰা হয় । এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানত প্ৰতি বছৰে শ্ৰেষ্ঠ ছবি, ৱেব ছিৰিজ আৰু চুটি ছবিক সন্মানিত কৰা হয় ।

এইবাৰ ‘12th fail’ ত উৎকৃষ্ট অভিনয়ৰ বাবে বিক্ৰান্ত মেছিয়ে শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰে । এই শাখাত মনোজ বাজপেয়ী আৰু মমুটীৰ দৰে তাৰকাৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয় । আনহাতে জ্যোতিকা, কল্কি কোচলিন, শ্বেফালী শ্বাহ আৰু শ্বাহানা গোস্বামীৰ দৰে অভিনেত্ৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী (ফিচৰ ফিল্ম) শাখাত মনোনয়ন লাভ কৰে । ইয়াত জানো আহক ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪ৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা ৷

ক্ৰিটিকছ চইছ এৱাৰ্ডছ ২০২৪ বিজয়ীৰ তালিকা-

শ্ৰেষ্ঠ লেখা (চুটি ছবি) – অশোক সাংখলা আৰু মনীষ ছাইনী – গিধ দ্য স্কেভেঞ্জাৰ

শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী – জিগমেট ৱাংচুক, লাষ্ট ডেড অৱ ছামাৰ

শ্ৰেষ্ঠ অভিনেতা (চুটি ছবি) – সঞ্জয় মিশ্ৰ – গিদ্ধা – দ্য স্কেভেঞ্জাৰ

শ্ৰেষ্ঠ অভিনেত্ৰী (চুটি ছবি) - মিলো শংকা - নকটাৰ্ণল বাৰ্গাৰ

শ্ৰেষ্ঠ পৰিচালক (চুটি ছবি) - ৰীমা মায়া - নকটাৰ্ণল বাৰ্গাৰ

শ্ৰেষ্ঠ চুটি ছবি -নকটাৰ্ণল বাৰ্গাৰ

চিনেমা বঁটালৈ অসাধাৰণ অৱদান- উষা খান্না

শ্ৰেষ্ঠ সহঅভিনেতা (ৱেব ছিৰিজ) – সিদ্ধান্ত গুপ্তা – জুবলী

শ্ৰেষ্ঠ সহঅভিনেত্ৰী (ৱেব ছিৰিজ) - অমৃতা সুভাষ - Lust Stories S2: The Mirror

শ্ৰেষ্ঠ অভিনেতা (ৱেব ছিৰিজ) - সুবিন্দৰ ভিকি - কোহৰা

শ্ৰেষ্ঠ অভিনেত্ৰী (ৱেব ছিৰিজ) - ৰাজশ্ৰী দেশপাণ্ডে - অগ্নি পৰীক্ষা

শ্ৰেষ্ঠ লেখা (ৱেব ছিৰিজ) - গুণজীত চোপ্ৰা, ডিগী চিছোদিয়া, সুদীপ শৰ্মা - কোহৰা

শ্ৰেষ্ঠ পৰিচালক (ৱেব ছিৰিজ) -বিক্ৰমাদিত্য মটৱানে- জুবলী

শ্ৰেষ্ঠ ৱেব ছিৰিজ-কোহৰা

লিংগ সংবেদনশীলতা বঁটা- ফায়াৰ ইন দ্য মাউন্টেন্স

শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী (ফিচৰ ফিল্ম) - অবিনাশ অৰুণ ধাউৰে - থ্ৰী আফ অচ

শ্ৰেষ্ঠ সম্পাদনা (ফিচৰ ফিল্ম) - অভ্ৰ' বেনাৰ্জী- যোৰাম

শ্ৰেষ্ঠ লেখা (ফিচৰ ফিল্ম) - দেৱাশীষ মাখিজা - জোৰাম

শ্ৰেষ্ঠ সহঅভিনেতা (ফিচাৰ ফিল্ম) – জয়দীপ আহলাৱত – জানে জান

শ্ৰেষ্ঠ সহঅভিনেত্ৰী (ফিচৰ ফিল্ম) - দীপ্তি নভাল - গোল্ডফিছ

শ্ৰেষ্ঠ অভিনেতা (ফিচৰ ফিল্ম) – বিক্ৰান্ত মেছি – 12th fail

শ্ৰেষ্ঠ অভিনেত্ৰী (ফিচৰ ফিল্ম) - শ্বেফালী শ্বাহ - থ্ৰী আফ অচ

শ্ৰেষ্ঠ পৰিচালক (ফিচৰ ফিল্ম)-পি. এছ.বিনোথৰাজ- কুঝাংগল (কংকৰ)

শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি - 12th fail

উল্লেখ্য যে, বলিউডৰ বহু তাৰকা ক্ৰিটিকছ চইছ এৱাৰ্ডছ উপস্থিত আছিল । অনিল কাপুৰ, কিৰণ ৰাও, নেহা ধুপীয়া, সিদ্ধাৰ্থ ৰায় কাপুৰ, বিদ্যা বালান, কংকনা সেন শৰ্মা, কল্কি কোচলিন, দিব্য দত্ত, মীনাক্ষী শেশাদ্ৰী, অক্ষয় ওবেৰয়, বিক্ৰান্ত মেছে, দীপ্তি নৱল, পদুমী কলহপুৰে, আলী ফজল আৰু ৰিচা চাড্ডাকে ধৰি বহু তাৰকা উপস্থিত আছিল ।

লগতে পঢ়ক: পাঠান-জৱানময় জি চিনে এৱাৰ্ড, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.