ETV Bharat / business

কুলাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? - Best Air Coolers

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 1:24 PM IST

Best Air Coolers : উৎকত গৰমত আপুনিও হাহাকাৰ কৰিছে নেকি ? তেনেহ’লে এই বাতৰি কেৱল আপোনাৰ বাবে ৷ গৰমত দেহ শীতল পেলাব বিচাৰিছে যদিও আজিয়েই ক্ৰয় কৰক 2 হাজাৰতকৈও কম মূল্যৰ কুলাৰ...

Best Air Coolers
কুলাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ?

নিউজ ডেস্ক, 8 এপ্ৰিল : দেশৰ ভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ লৈছে উৎকত গৰমে ৷ যদি আপুনিও প্ৰখৰ ৰ'দ আৰু গৰম তথা হীটৱেভৰ পৰা সকাহ বিচাৰে তেনেহ'লে আপোনাৰ বাবে সুখবৰ ৷ এতিয়া গৰমক বিদায় দি আপুনি ঘৰলৈ লৈ আহক কুলাৰ ৷ এই পৰিস্থিতিত দোকান, কাৰ্যালয় অথবা ঘৰেই নিজকে শীতল কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় ৷

সাধাৰণতে এই গৰমত ফেন ব্যৱহাৰ কৰা হয় যদিও ফেনৰ বতাহে গা জুৰ পেলাব নোৱাৰে ৷ ইয়াৰোপৰি সকলোৱে এটা AC ক্ৰয় কৰিবলৈ সিমান ধন বহন কৰিবও নোৱাৰে ৷ সেইবাবেই আপুনি যদি আপোনাৰ বাজেটত এয়াৰ কুলাৰ ক্ৰয় কৰিব পাৰে তেন্তে ই আপোনাৰ বাবে সুবিধাজনক নহ’বনে ?

কুলাৰ
উৎকত গৰমত আপুনিও হাহাকাৰ কৰিছে নেকি ?

মিনি এয়াৰ কুলাৰে কেৱল হোষ্টেলত বাস কৰা শিক্ষাৰ্থীসকলক সকাহ দিয়াই নহয়, ই দোকান আৰু ঘৰৰ বাবেও অতি সহায়ক ৷ আপুনিও যদি কম মূল্যত কুলাৰ বিচাৰি আছে, তেন্তে পঢ়ক এই প্ৰতিবেদন ৷

গৰমক প্ৰতিহত কৰিব পৰা 2000 টকাৰ ভিতৰত উপলব্ধ কুলাৰ হৈছে-

1. SMIRLY পোৰ্টেবল কুলাৰ

2. ComSaf মিনি পোৰ্টেবল এয়াৰ কুলাৰ

3. NTMY পোৰ্টেবল ফেন-এয়াৰ কুলাৰ

4. NTMY পোৰ্টেবল এয়াৰ কুলাৰ ফেন

5. SAMISKO পোৰ্টেবল এয়াৰ কুলাৰ ফেন

কুলাৰ
গৰমক বিদায় দি আপুনি ঘৰলৈ লৈ আহক কুলাৰ

SMIRLY পোৰ্টেবল কুলাৰ

এই মিনি কুলাৰটোৱে কেৱল গৰমৰ পৰা সকাহ দিয়াই নহয়, ই আপোনাৰ বাজেটতো অন্তৰ্ভুক্ত হ’ব । এই কুলাৰটো পোৰ্টেবল ডিজাইনযুক্ত আৰু ইয়াত কম বিদ্যুৎ ব্যৱহাৰ হয় ৷ এই কুলাৰটো যিকোনো ঠাইলৈ সহজে দাঙি অনা নিয়া কৰিব পাৰে ৷ ইয়াৰ ওজন পাতল হয় ৷ এই কুলাৰটো আমাজনত উপলব্ধ আৰু ইয়াৰ মূল্য 1,499 ।

ComSaf মিনি পোৰ্টেবল এয়াৰ কুলাৰ

এইটো কুলাৰটো কম্পেক্ট আৰু পোৰ্টেবল ডিজাইনৰ ৷ হাইড্ৰ'-চিল কৌশল আৰু ডাবল কুলিং জেট উপলব্ধ কুলাৰটো আপুনি 10 ঘণ্টালৈকে বাৰে বাৰে ৰিফিল নকৰাকৈ ব্যৱহাৰ কৰিব পাৰিব ৷ এই কুলাৰটো টেবুলতো থব পাৰি । ইয়াৰ ক্ষমতা হৈছে 10 ৱাট। ই পোৰ্টেবল, পাতল লগতে ইয়াত ধূলিৰ ফিল্টাৰ আছে । এই কুলাৰটো আমাজনত উপলব্ধ আৰু ইয়াৰ মূল্য হৈছে 1,399।

NTMY পোৰ্টেবল ফেন-এয়াৰ কুলাৰ

এই কুলাৰটো আপুনি ঘৰ, কাৰ্যালয় বা বাহিৰৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰে ৷ কুলাৰটো পোৰ্টেবল আৰু ইয়াত টাইমাৰৰ ব্যৱস্থা উপলব্ধ ৷ 600 মিলি পানীৰ ক্ষমতা বহন কৰিব পৰা কুলাৰটোৰ গতিবেগ 3 আৰু ৷ ই আমাজনত উপলব্ধ আৰু ইয়াৰ মূল্য 1,599 টকা ৷

NTMY পোৰ্টেবল এয়াৰ কুলাৰ ফেন

এই পোৰ্টেবল এয়াৰ কণ্ডিচনাৰ কুলাৰটো ঠাণ্ডাৰ বাবে সৰ্বশ্ৰেষ্ঠ। এই কুলাৰটো ফ্ৰী ষ্টেণ্ডিং আৰু লগতে পোৰ্টেবল। ৬০০ মিলি পানীৰ ক্ষমতা থকা এই ১০ ৱাটৰ কুলাৰটোৰ ফেনৰ গতি হৈছে ৩। এই কুলাৰটোৰ মূল্য হৈছে 1,669।

SAMISKO পোৰ্টেবল এয়াৰ কুলাৰ ফেন

এই পোৰ্টেবল এয়াৰ কুলাৰটো কাৰ্যালয় অথবা ঘৰ সকলোতে ব্যৱহাৰ কৰিব পাৰে ৷ এই কুলাৰৰ ব্ৰেণ্ড নাম হৈছে SAMISKO ৷ ই সৰু, বহনযোগ্য আৰু কম শক্তি ব্যৱহাৰ কৰে । ইয়াৰ গতিও 3 । আমাজনত উপলব্ধ এই কুলাৰটোৰ মূল্য 1520 টকা ।

লগতে পঢ়ক: কেইবাখনো ৰাজ্যত হীটৱেভ এলাৰ্ট জাৰি: সুস্থ থাকিবলৈ মানি চলক এইসমূহ টিপছ - Summer Precautions

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.