ETV Bharat / bharat

জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Know About Your Week - KNOW ABOUT YOUR WEEK

Weekly Horoscope For 24th To 30th March: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

Weekly Horoscope For 24th To 30th March 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 6:13 AM IST

মেষ ৰাশি: এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰ সম্পৰ্কে যথেষ্ট ব্যস্ত থাকিব ৷ চাকৰিয়াল লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব, কিন্তু আপুনি নিজৰ পুৰণি চাকৰিটো কৰি থকাটোৱেই ভাল হ’ব ৷ আপুনি কৰি থকা অংশীদাৰী ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে অধ্যয়ন কৰা দেখা যাব ৷ প্ৰেম সম্পৰ্কৰ বাবে সময় শুভ ৷ বৈবাহিক জীৱনত সুখ থাকিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু আপোনাৰ কিছুমান বেয়া অভ্যাসৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ ইতিমধ্যে কৰা বিনিয়োগৰ সম্পূৰ্ণ লাভ আপুনি পাব ৷ আপোনাৰ আয় ভাল হ’ব ৷ আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব ৷ আপুনি নিজৰ খৰচ নিয়ন্ত্ৰণত সফল হ’ব ৷ কোনো নতুন বিনিয়োগ কৰাৰ আগতে কাৰোবাৰ পৰামৰ্শ লওক ৷ মাতৃৰ সান্নিধ্য লাভ কৰিব ৷

বৃষ ৰাশি: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে মিশ্ৰিত হ’ব ৷ আপোনাৰ কিছু বন্ধু-বান্ধৱে আপোনাৰ একাগ্ৰতা বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ জীৱনলৈ উত্থান-পতন আহিব ৷ প্ৰেমত পৰা লোকসকলে প্ৰিয়জনক আগত নিজৰ অনুভূতি প্ৰকাশ কৰিব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে নতুন সুযোগ পাব ৷ চাকৰি কৰা লোকসকলে জ্যেষ্ঠ সহকৰ্মীৰ সহযোগিতা লাভ কৰিব ৷ অগ্ৰগতিৰ সুযোগ আহিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ সকলোৱে মিলি এটা পাৰ্টিত অংশগ্ৰহণ কৰিব, য'ত সকলো লগ হ’ব ৷ ঘৰৰ পৰা আঁতৰত থাকি চাকৰি কৰি থকাসকলৰ পৰিয়ালৰ কথা মনত পৰিব ৷ দূৰ সম্পৰ্কীয় আত্মীয়-স্বজনৰ পৰা সু-খবৰ পাব ৷ আপুনি আপোনাৰ বন্ধুক ধনেৰে সহায় কৰিব ৷ এই সপ্তাহত আপুনি কিছু ভাল সুযোগ পাব, যিয়ে আপোনাক আৰ্থিকভাৱে উপকৃত কৰিব ৷

মিথুন ৰাশি: বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী হোৱা যেন লাগিব ৷ আপুনি নিজৰ কেৰিয়াৰ আগবঢ়াই নিবৰ বাবে নতুন পৰিকল্পনা কৰিব ৷ প্ৰেম সম্পৰ্কতো মধুৰতা থাকিব ৷ অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব ৷ ঘৰত শুভ কাৰ্যৰ আয়োজন কৰা হ’ব ৷ আপোনাক বন্ধু-বান্ধৱীৰ সৈতে নিজৰ সুখ-দুখ ভাগ-বতৰা কৰা দেখা যাব ৷ আপোনাৰ ঘৰখন সন্ধিয়া আলহীৰে ভৰি পৰিব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ মাটি-সম্পত্তিৰ লেনদেনৰ কাম কৰা লোকসকলে ভাল চুক্তি লাভ কৰিব ৷ ব্যৱসায় কৰা লোকসকলেও ব্যৱসায় আগবঢ়াই নিবলৈ ভ্ৰমণলৈ যাব ৷ কৰ্মৰত শিক্ষাৰ্থীসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ পাব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শিক্ষাৰ্থীসকলে ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত তেওঁলোক জয়ী হ’ব ৷ চৰকাৰী খণ্ডৰ পৰাও আপুনি আৰ্থিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷

কর্কট ৰাশি: এই সপ্তাহত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ক’ৰবালৈ যাব পাৰে, য’ত দুয়োজনে নিজৰ-নিজৰ মনত যি কথা আছে তাকেই পৰস্পৰক ক’ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ সকলো সদস্যই একেলগে কাম কৰা দেখা যাব ৷ পৰিয়ালৰ সৈতে সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব ৷ আপোনাৰ ব্যস্ত দিনটোৰ পৰা কিছু সময় নিজ সন্তানৰ সৈতে কটাব ৷ ৰাজনীতিত সাফল্য লাভ কৰিব ৷ নেতাসকলক লগ পোৱাৰ সুযোগ থাকিব ৷ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাবলৈ কঠিন পৰিশ্ৰম কৰা দেখা যাব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপুনি নিজৰ বাবে কিছু বজাৰ কৰিব ৷ চাকৰি কৰি থকা লোকসকলে চাকৰিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷ আপুনি আত্মবিশ্বাসেৰে পূৰ্ণ হ’ব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায়ত আশানুৰূপ লাভ অৰ্জন কৰিব ৷ আৰ্থিক স্থিতি অধিক সুদৃঢ় হ’ব৷

সিংহ ৰাশি: এই সপ্তাহটো মধ্যমীয়া হ’ব যেন লাগিছে ৷ আপুনি আপোনাৰ কামেৰে ইয়াক নিজৰ বাবে ভাল কৰি তুলিব পাৰে ৷ বেছি চিন্তা নকৰাকৈ কেৱল কঠিন পৰিশ্ৰম কৰক আৰু পৰিয়ালৰ কোনো সদস্যৰ সৈতে তৰ্কা-তৰ্কি কৰাৰ পৰা বিৰত থাকক ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত উদ্বেগ অনুভৱ কৰিব ৷ আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু তেওঁৰ সৈতে আপোনাৰ সম্পৰ্কতো উদ্বেগ বৃদ্ধি পাব পাৰে ৷ আপোনাৰ আৰু আপোনাৰ প্ৰিয়পাত্ৰৰ বাবে এই সপ্তাহটো উপহাৰতকৈ কম নহয় ৷ আপোনালোকৰ প্ৰেম বহুত আগবাঢ়িব ৷ পৰস্পৰৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব ৷ একেলগে ক’ৰবালৈ যাবও পাৰে ৷ প্ৰিয়জনৰ ওপৰত আপোনাৰ বিশ্বাস থাকিব আৰু আপোনালোকৰ সম্পৰ্ক সুন্দৰভাৱে আগবাঢ়িব ৷

কন্যা ৰাশি: এই সপ্তাহত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত যথেষ্ট মনোযোগ দিব লাগিব, তেতিয়াহে আপুনি ভাল ফলাফল প্ৰাপ্ত কৰিব পাৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ বন্ধুৰ মাধ্যমেৰে উপাৰ্জনৰ সুযোগ পাব ৷ চাকৰিয়াল লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ চাকৰি সলনি কৰাৰ সম্ভাৱনাও আছে ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ আৰ্থিক স্থিতি ভাল হ’ব, কিন্তু কিছু খৰচ থাকিব ৷ বন্ধুসকলে আজি আপোনাৰ সৈতে বহু সময় ফোনত কথা পাতিব ৷ ভাতৃ-ভগ্নীৰ সহযোগিতা লাভ কৰিব ৷ মানসিক শান্তিৰ বাবে ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাব ৷ ৰাজনীতিত সাফল্য লাভ কৰিব ৷ নেতাসকলক লগ পোৱাৰ সুযোগ থাকিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ যদি আপুনি আপোনাৰ নিত্যকাৰ্যত মৰ্নিং ৱাক, যোগাসন আৰু ধ্যান অন্তৰ্ভুক্ত কৰে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ’ব ৷

তুলা ৰাশি: এই সপ্তাহটো আপোনাৰ বাবে বিশেষ হ’ব ৷ আপুনি নিজৰ ব্যৱসায় আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল, তাত আপুনি সাফল্য লাভ কৰিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ গাৰ্হস্থ্য জীৱনত থাকিব সুখ-শান্তি বিৰাজ কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব ৷ প্ৰেম সম্পৰ্কৰ বাবে এই সপ্তাহটোত বিশেষ একো নহয় ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ আপুনি হঠাতে কিছু খৰচৰ সন্মুখীন হ’ব, যিবোৰ আপুনি নিবিচাৰিলেও বহন কৰিব লাগিব ৷ নতুন বাহনৰ সুখো প্ৰাপ্ত কৰিব ৷ এতিয়া আপুনি আপোনাৰ বাকী থকা ধন লাভ কৰিব, যাৰ জৰিয়তে আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব ৷ যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছে, তেন্তে সেয়াও ঘূৰাই দিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ মনৰ শান্তিৰ বাবে ধৰ্মীয় অনুষ্ঠানতো সময় কটাব ৷ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক ৷

বৃশ্চিক ৰাশি: এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে শুভ হ’ব ৷ আপোনাৰ কঠিন পৰিশ্ৰম সফল হ’ব ৷ বিদেশৰ পৰাও শিক্ষা লাভৰ সুযোগ আহিব ৷ প্ৰেম সম্পৰ্কত চলি থকা উত্তেজনাৰ অন্ত পৰিব ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত সৌহাৰ্দ্য বজাই ৰাখিব ৷ পৰিয়ালৰ কল্যাণৰ বাবে জীৱন সংগীৰ সৈতে কাম কৰিব ৷ আপোনাৰ ওপৰত আৰু অধিক পৰিয়ালৰ দায়িত্ব ন্যস্ত কৰা হ’ব, যিটো আপুনি নিশ্চিতভাৱে পালন কৰিব ৷ ভাতৃ-ভগ্নীৰ উচ্চ শিক্ষাৰ বাবে চিনাকি লোকৰ সৈতে কথা পাতিব ৷ চাকৰিয়াল লোকসকলে নিজৰ চাকৰিৰ ক্ষেত্ৰত আগ্ৰগতিৰ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলেও ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যাব, যিটো তেওঁলোকৰ বাবে লাভজনক হ’ব ৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব ৷ সকলোৰে অহা-যোৱা চলি থাকিব ৷ ঘৰৰ পৰা আঁতৰত থাকি চাকৰি কৰি থকাসকলৰ পৰিয়ালৰ কথা মনত পৰিব ৷

ধনু ৰাশি: এই সপ্তাহত বিবাহিত লোকসকলে নিজৰ জীৱনটো ভাল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈও যাব, য’ত আপুনি মৰমেৰে কথা পতা দেখা যাব ৷ প্ৰেম সম্পৰ্কলৈ দুৰ্বলতা আহিব ৷ চৰকাৰী আঁচনিৰ সুবিধা প্ৰাপ্ত কৰিব ৷ আৰ্থিক স্থিতিৰ অধিক সুদৃঢ় হ’ব৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ নতুন বাহনৰ সুখ প্ৰাপ্ত কৰিব ৷ সন্তানে চাকৰি পালে পিতৃ-মাতৃক সুখী হোৱা যেন লাগিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়া-শুনা কৰা দেখা যাব ৷ উচ্চ শিক্ষাৰ বাবে সময় অনুকূল ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবৰ প্ৰয়াস কৰা দেখা যাব ৷ চাকৰিয়াল লোকসকলে নিজৰ পুৰণি পুৰণি চাকৰিটো কৰি থকাটোৱেই ভাল হ’ব, ইয়াতহে আপুনি ভাল সুযোগ পাব ৷ আপুনি আপোনাৰ সন্তানক শ্বপিং মল আৰু পিকনিকলৈ লৈ যাব ৷

মকৰ ৰাশি: এই সপ্তাহত আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপুনি সকলোকে সহায় কৰিবলৈ আগবাঢ়ি যাব ৷ চাকৰি কৰি থকা লোকসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ য’ত আয় বেছি হ’ব ৷ ব্যৱসায় কৰা লোকসকলে তেওঁলোকৰ স্থবিৰ ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ কৰিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ'ব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে কোনো নতুন কাম আৰম্ভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ বন্ধু-বান্ধৱীৰ সহযোগিতা লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ সমাজৰ উন্নতিৰ বাবে কাম কৰা সকলে সন্মান লাভ কৰিব ৷ ঘৰ মেৰামতিৰ বাবেও আপুনি বহুত ধন ব্যয় কৰিব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ৷ নিবনুৱা লোকসকলে ভাল কৰ্মসংস্থাপন পোৱাৰ লক্ষণ দেখা গৈছে ৷

কুম্ভ ৰাশি: এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে মিশ্ৰিত হ’ব ৷ প্ৰিয়জনক সময় দিয়াৰ ফলত উদ্বেগ দেখা পাব ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত উদ্বেগ অনুভৱ কৰিব ৷ আৰ্থিক স্থিতি ঠিকেই থাকিব ৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷ আপুনি আপোনাৰ জীৱন সংগীৰ দ্বাৰা কোনো নতুন কাম আৰম্ভ কৰাব পাৰে, যাৰ ফলত আয় বৃদ্ধি হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে নিজৰ পছন্দৰ বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব ৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ’ব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ কিছু লোকক জড়িত কৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত দিয়া কামবোৰ সম্পূৰ্ণ কৰিব ৷ উচ্চপদস্থ বিষয়াৰ পৰা পদোন্নতিৰ সুযোগ থাকিব ৷ বতৰ পৰিৱৰ্তনৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ আপুনি নিজৰ মনৰ কথা পিতৃ-মাতৃৰ সৈতে ভাগ-বতৰা কৰিব ৷

মীন ৰাশি: এই সপ্তাহত আপুনি পৰিয়ালৰ সহায় পাব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ সুযোগ পাব ৷ য'ত সকলোকে বৰ সুখী হোৱা যেন দেখা যাব ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সহযোগিতা লাভ কৰিব ৷ প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব ৷ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ একাগ্ৰতাৰে অধ্যয়ন কৰা দেখা যাব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ আৰ্থিক স্থিতি অধিক সুদৃঢ় হ’ব ৷ কৰ্মৰত শিক্ষাৰ্থীসকলে চাকৰিত পদোন্নতিৰ সুযোগ পাব ৷ ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি চূড়ান্ত কৰিব ৷ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ ল’লে আপোনাৰ সকলো কাম সম্পূৰ্ণ হ’ব ৷ ভাতৃৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব ৷ ঘৰত শুভ কাৰ্যৰ আয়োজন কৰা হ’ব ৷ সকলোৱে অহা-যোৱা কৰি থাকিব ৷ আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰো সম্ভাৱনা আছে ৷ সুখো বৃদ্ধি হ’ব ৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.