ETV Bharat / bharat

আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক এই ৰাশিৰ লোক...ভ্ৰমণ কৰোঁতে হওক সাৱধান...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 6th September

author img

By ETV Bharat Features Team

Published : Sep 6, 2024, 12:16 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 6th September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ বৰষিব ৷ আপুনি আৰ্থিক লাভ হ’ব ৷ ব্যৱসায়তো লাভ হ’ব ৷ একেসময়তে সমাজত স্বীকৃতি লাভ কৰিব ৷ বিবাহৰ প্ৰাৰ্থীয়ে নিজৰ জীৱন সংগীক পাব পাৰে ৷ বিবাহৰ সংযোগ দেখা গৈছে ৷ পিছবেলা, কামৰ পৰা ধ্যান আৰু মনোযোগ বিচ্যুত হ’ব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰো অৱনতি হ’ব পাৰে, চিকিত্‍সাগত ব্যয় বৃদ্ধি হ’ব ৷ আপোনাৰ পৰিয়ালৰ মাজত থকা পাৰ্থক্যক শীঘ্ৰে আঁতৰ কৰক ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানেৰে ভ্ৰমণ কৰক ৷

বৃষ ৰাশি: শুভ দিন ৷ চিন্তাসমূহ এৰি দিয়ক আৰু আৰাম কৰক ৷ প্ৰফুল্লিত হৈ থাকক, গৃহস্থ দিশটো শান্ত আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ কৰ্মস্থলীটো, আপোনাৰ কৰ্তৃপক্ষ আপোনাৰ দ্বাৰা সন্তুষ্ট হ’ব ৷ আপোনাৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা লাভ কৰিব ৷ আপোনাৰ নতুন প্ৰকল্পসমূহ সন্ধ্যাবেলা আৰম্ভ কৰক ৷ ব্যৱসায়ৰ ওপৰিও, আপোনাৰ পুত্ৰ আৰু পৰিয়াল পৰাও সহায়-সহযোগিতা লাভ কৰিব ৷ কিবা এটা অৰ্জনৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: এটা মিশ্ৰিত দিন, ভাল-বেয়া দুয়োটা আছে ৷ কৰ্মস্থলীত অসন্তুষ্ট কৰ্তৃপক্ষ আৰু ঘৰত সন্তান আপোনাৰ চিন্তাৰ কাৰণ হ’ব পাৰে ৷ স্বাস্থ্যও ঠিকে নাথাকিব আৰু ব্যয় অধিক হ’ব ৷ পিছবেলা সকলো উন্নত হ’ব ৷ আপুনি আপোনাৰ কামত লাভ কৰা সফলতাক উপভোগ কৰিব ৷ ব্যৱসায়ৰ বাবেও ভাল সময় ৷ পদোন্নতি হ’ব পাৰে ৷ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰক ৷ জীৱনত প্ৰগতি লাভ কৰিব ৷

কৰ্কট ৰাশি: দিনটোৰ প্ৰথমাৰ্ধ বিৰোধীতাৰে পূৰ্ণ হ’ব ৷ ভগৱানৰ নাম লওক আৰু ধ্যান কৰক, আপোনাৰ নেতিবাচকতাক নিয়ন্ত্ৰণত ৰাখক ৷ সাৱধানতা বৰ্তাই চলক কোনো অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয় হ’ব পাৰে ৷ দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি উন্নত হ’ব পাৰে ৷ আপোনাৰ মন প্ৰফুল্লিত হ’ব পাৰে আৰু বিনোদন ধৰ্মীয় কাৰ্যত অংশ ল’ব পাৰে ৷ আপোনাৰ আনন্দক বিদেশৰ পৰা অহা ভাল খবৰে বৃদ্ধি কৰিব পাৰে ৷

সিংহ ৰাশি: মনোৰঞ্জনৰ বিভিন্ন উপায়ৰ সন্ধান কৰিব ৷ আপোনাৰ বন্ধুবৰ্গই আপোনাক সংগ দিবলৈ পায় আনন্দিত অনুভৱ কৰিব ৷ চিনেমা চাবলৈ বা বজাৰ কৰিবলৈ যাব পাৰে ৷ পুনৰ চিন্তা কৰি, আপুনি সকলো পৰিকল্পনা বাতিল কৰিব পাৰে আৰু দূৰলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷ আপুনি নিৰন্তণভাৱে কৰি অহা চিন্তা আৰু আগ্ৰাসনে আপোনাক সন্ধ্যাসময়লৈ ক্লান্ত কৰি তুলিব পাৰে ৷ আপোনাৰ মেজাজ আৰু বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ ধনৰ অভাৱ হ’ব পাৰে, আপোনাৰ আৰ্থিক পৰিস্থিতিক নিৰীক্ষণ কৰক ৷

কন্যা ৰাশি: এই সুন্দৰ দিনটোৰ অধিকতম লাভ উঠাওক ৷ লগতে আপোনাৰ কামসমূহক সফলভাৱে সম্পূৰ্ণ কৰি আপুনি সুখী অনুভৱ কৰিব পাৰে ৷ সন্ধ্যাসময়ত বন্ধু আৰ পৰিয়াল বৰ্গৰ সৈতে উদযাপন কৰিব পাৰে ৷ আবেগৰ দ্বাৰা পৰিচালিত নহ’ব ৷ সুন্দৰভাৱে সময় কটাওক‍!

তুলা ৰাশি: সক্ৰিয় আলোচনা আৰু বিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে ৷ আপোনাৰ কাৰ্যালয়ত এক বন্ধুত্বপূৰ্ণ পৰিবেশে বিৰাজ কৰিব ৷ ব্যৱসায়ত লাভৰ যোগ ৷ কোনো কথাত আবেগিক হৈ পৰিব পাৰে ৷ ঘৰৰ পৰিবেশ প্ৰফুল্লিত থাকিব ৷ প্ৰেমিক-প্ৰেমিকাসকলে ইজনে আনজনৰ সৈতে সময় কটাওক ৷

বৃশ্চিক ৰাশি: অনমনীয় হৈ থাকিলে আঘাত পাব পাৰে ৷ আজি আপোনাৰ মনত উদ্বিগ্নতা আৰু মানসিক অস্থিৰতাৰ ভাৱ দেখা দিব পাৰে ৷ মধ্যাহ্ন ভোজনৰ পিছত, আপোনাৰ চিন্তাধাৰা শান্ত হ’ব পাৰে ৷ নতুন কাম বা প্ৰকল্পত কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অধিক পৰিশ্ৰমৰ প্ৰয়োজন নোহোৱা আৰু সুখ প্ৰদান কৰা কাম হাতত লওক ৷ আপোনাৰ ব্যয় বৃদ্ধি পাব; নিয়ন্ত্ৰণ কৰক নহ’লে শীঘ্ৰেই আপোনাৰ জেপ খালী হ’ব ৷ বাহিৰত আহাৰ গ্ৰহণ কৰাৰ পৰিকল্পনা বাদ দিয়ক ৷ ভ্ৰমণ পিছুৱাওক ৷

ধনু ৰাশি: দিনটো ভালদৰে আৰম্ভ হ’ব যদিও অলপ বেয়াধৰণেৰেহে অন্ত পৰিব পাৰে ৷ দিনটোৰ প্ৰথমাৰ্ধত, মন, শৰীৰ আৰু আত্মা সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন থাকিব ৷ আপোনাৰ পৰিয়ালবৰ্গ চিন্তিত হৈ থকা সমস্যাসমূহ আপুনি সন্মূখলৈ আনিব পাৰে; আৰু সেইবোৰ আপুনি সফলতাৰে সমাধান কৰিব পাৰিব ৷ আপোনাৰ বন্ধুবৰ্গৰ লগত আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব ৷ দুপৰীয়াৰ পিছত, আপুনি সৰ্তক হোৱাৰ প্ৰয়োজন আছে, বিশেষভাৱে সম্পত্তি বিষযক লেনদেনত ৷ নিজৰ অনুভূতিক ব্যক্ত কৰাটো ভাল, কিন্তু যদি সঠিকভাৱে ব্যক্ত কৰিব নোৱাৰে তেন্তে, ভুলবুজা বুজি হোৱাৰ সম্ভাৱনা আছে ৷ শিক্ষাৰ্থীৰ বাবে উপযোগী হ’ব ৷

মকৰ ৰাশি: বুদ্ধিমান লোকে জিভাক নিয়ন্ত্ৰণত ৰাখে, নীতি অনুসৰণ কৰক ৷ পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত সাম্ভাব্য কোনো বিবাদক সফলতাৰে সমাধান পাৰিব ৷ সন্ধ্যাসময়ত, সকলো উন্নত হ’ব ৷ চিন্তা আৰু উদ্বেগৰ পৰা আপোনাৰ মন মুক্ত হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ আপুনি ধৰ্মীয় কাৰ্যত ব্যয় কৰিব পাৰে ৷

কুম্ভ ৰাশি: এটা সাধাৰণ দিন হ’ব ৷ আপোনাৰ মনৰ আধ্যাত্মিকতাই দিনটো অতি সন্তুষ্টি জনক আৰু সুখী কৰি তুলিব পাৰে ৷ নেতিবাচকতাক দূৰত ৰাখক ৷ আপোনাৰ সিদ্ধান্ত গ্ৰ্হণৰ ক্ষমতাত আঘাত পাব পাৰে আৰু আপোনাৰ মনক নিৰোত্‍সাহী কৰি তুলিব পাৰে ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰক যাতে সকলো দিশতে কোনো সমস্যাৰ সৃষ্টি নহয় ৷ খৰচ নিয়ন্ত্ৰণ কৰক ৷ শিক্ষাৰ্থীসকলৰ বাবেও কঠোৰ দিন ৷

মীন ৰাশি: আৰ্থিক লেনদেনত সোমালে বা এনেই ধনৰ আদান প্ৰদান বা আইনী কাম-কাজত সোমালে সাৱধানতা অৱলম্বন কৰক ৷ আপোনাৰ সলনি হৈ থকা মন আৰু বক্তব্যক নিৰীক্ষণ কৰক ৷ আনৰ কামত বাধাৰ সৃষ্টি নকৰিব ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানতাৰে গাড়ী চলাওক ৷ সন্ধিয়া, বন্ধু বৰ্গক লগ কৰিব পাৰে আৰু আনন্দৰ বিনিময় হ’ব পাৰে ৷ ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহপূৰ্ণ হ’ব ৷ ভাল দিনৰ উপভোগ কৰক ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ লোকৰ বাবে খোল খাব কেৰিয়াৰৰ নতুন পথ...প্ৰেমৰ সম্পৰ্ক হ’ব অধিক মজবুত...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.