ETV Bharat / bharat

আপোনাৰ ৰাশিফলে আজি কৈছে হাতত হজমী দৰৱ লৈ থকাৰ প্ৰয়োজন...আগলৈ পঢ়ক - Daily horoscope

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 12:13 AM IST

Daily horoscope : কেবাটা ৰাশিৰো আছে ধন আগমনৰ যোগ...আনহাতে কেইটামানে কৰিব লাগিব খং নিয়ন্ত্ৰণ...নহ’লে আহিব পাৰে ভয়ংকৰ বিপদ...জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily horoscope for 28th July
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)

মেষ ৰাশি : গ্ৰহই দেখুৱাইছে আজি আপোনাৰ দিনটো উজ্জ্বল ৷ আপুনি কোনো অনুষ্ঠানত প্ৰিয়জনৰ লগত ভাগ লোৱাৰ সম্ভাৱনা ৷ ধন আগমনৰ যোগ আছে ৷ আপুনি অতি হেপাহেৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে, কিন্তু বেছি উৎসাহ আপোনাৰ বাবে লাভজনক নহয়, গতিকে সাৱধানে থাকক ৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক আৰু শান্ত হৈ থাকক ৷

বৃষ ৰাশি : উদ্বিগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব আৰু তাৰ ফলত আপুনি মনৰ স্থিৰতা হেৰুৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ আপুনি কৰা কষ্টকৰ কামৰ ফল লাভ নকৰিবও পাৰে আপুনি ৷ ধনৰ অভাবে দেখা দিয়াৰ যোগ ৷ কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নকৰি বুদ্ধিমত্তাৰ পৰিচয় দিয়ক ৷

মিথুন ৰাশি : ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ কৰিবলৈ আপোনাৰ সহকৰ্মীসকলৰ সহায় ল’ব লগিব ৷ কৰ্মক্ষেত্ৰত আপুনি পদোন্নতিৰ যোগ্য ব্যক্তি হৈ উঠিব ৷ যিসকল অকলশৰীয়া বিবাহযোগ্য ব্যক্তি আছে তেওঁলোকে নিজৰ জীৱন সংগী বিচাৰি পাব ৷ স্বামী আৰু পুত্ৰৰ পৰা ভাল খবৰ পাব পাৰে ৷

ককৰ্ট ৰাশি : এটা ফলপ্ৰসূ দিন ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ পদোন্নতি হ’ব পাৰে ৷ ঘৰলৈ নতুনত্ব আনিবলৈ মন যাব যিয়ে আপোনাৰ ঘৰুৱা পৰিবেশ সলনি কৰিব ৷ দিনটো সতেজ অনুভব কৰিব ৷ মাতৃৰ পৰা ভাল সহায় লাভ ৷ ধন আগমনৰ যোগ আছে ৷

সিংহ ৰাশি : দুৰ্বলতা আৰু অস্থিৰ ভাৱে আপোনাক আৱৰি থাকিব ৷ আপোনাৰ অলপতে খং উঠা স্বভাৱে আপোনাক অসুবিধাত পেলাব পাৰে ৷ সফলতা পাবলৈ বেছি কষ্ট কৰিবলগীয়া হ’ব ৷ অতিমাত্ৰা খালে পেটৰ বিষত ভুগিব পাৰে ৷ দিনটো সাবধানে থাকিলে ভাল ৷

কন্যা ৰাশি : দিনটো বৰ ভাল নহয় ৷ শান্ত হৈ থাকক আৰু ধৈৰ্য ধৰক, আপোনাৰ চিন্তা দূৰ হ’ব ৷ খঙে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে ৷ বিশেষকৈ খাদ্যাভ্যাসে আপোনাক কষ্ট দিব ৷ সাৱধানে থাকক, বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷ ধনৰ ওপৰত চকু ৰাখক কাৰণ আপোনাৰ খৰচ বৃদ্ধিৰ আশংকা আছে ৷

তুলা ৰাশি : এটা সুন্দৰ দিন ! সামাজিক কামত জড়িত হৈ আপুনি সুখী অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত সামাজিক অনুষ্ঠানলৈ যোৱাৰ সম্ভাৱনা ৷ সন্মান আৰু চিনাকি লাভ ৷ ব্যৱসায়ীসকলৰ উন্নতিৰ যোগ ৷ হঠাতে হাতলৈ ধন আহিব পাৰে, যাৰ ফলত নিজকে ধনী যেন অনুভব হ’ব ৷

বৃশ্চিক ৰাশি : দিনটো সুখেৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সুন্দৰ সময় কটাই সতেজ অনুভব কৰিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনাক আৰু আনন্দিত কৰি তুলিব ৷ সহযোগীৰ সহায়ত আপুনি কাৰ্যালয়ত আগৰ অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিব পাৰিব ৷ গ্ৰহৰ প্ৰভাবত আপুনি প্ৰচুৰ ধন লাভ কৰিব ৷

ধনু ৰাশি : এটা সম্পূৰ্ণ বেলেগ দিন ৷ খাদ্য হজম হোৱা দৰব পাৰিলে হাততে ৰাখক ৷ কামৰ ফল সময়মতে লাভ নকৰিব আপুনি ৷ সন্তানৰ চিন্তাই আপোনাক নিৰাশ আৰু উদ্বিগ্ন কৰি ৰাখিব ৷ মনটো চিন্তামুক্ত কৰিবলৈ আপুনি সাহিত্যচৰ্চা বা আন কলাসুলভ কাম কৰক ৷ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক ৷

মকৰ ৰাশি : এটা সাধাৰণ দিন ৷ ভালদৰে টোপনি নোযোৱাৰ বাবে আপুনি এলেহুৱা অনুভব কৰিব ৷ পৰিয়ালৰ লগত অদৰকাৰী তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক, অথবা পৰিস্থিতি বেয়ালৈ ঢাল খাব পাৰে আৰু যাৰ ফলত আপুনি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ’ব ৷ আপুনি অপমানজনক আৰু সন্মানহানিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ৷

কুম্ভ ৰাশি : এটা আনন্দপূৰ্ণ আৰু চিন্তামুক্ত দিন ৷ চিন্তাবোৰ আঁতৰাই ৰাখি আপুনি সতেজ অনুভব কৰিব ৷ সুস্থ শৰীৰ আৰু আনন্দিত মনেৰে দিনটো পাৰ হৈ যাব ৷ ভাতৃ-ভগ্নীৰ লগত ঘৰত সুখৰ মুহূৰ্ত উপভোগ কৰিব পাৰিব ৷ দিনটো আৰু সুন্দৰ কৰি তুলিবলৈ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি : এটা মিশ্ৰিত দিন , সকলো কাম ভালকৈ কৰিবলৈ চেষ্টা কৰক ৷ সকলো ফালৰ পৰা উদ্বিগ্নতা অনুভব হ’ব আৰু খঙৰ বাবে আপোনাৰ কথা-বাৰ্তা কঠোৰ হৈ পৰিব ৷ সেয়েহে সাৱধান হওক, কৰো লগত অযথা তৰ্কাতৰ্কি নকৰিব ৷ সুষম আহাৰ গ্ৰহণ কৰক ৷

লগতে পঢ়ক : আজি এইসমূহ ৰাশিৰ লোকে এৰাই চলক বিবাদ...যোগাসন বা ধ্যানসাধনা কৰিলে পাব সমস্যাৰ সমাধান...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 27th July

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.