ETV Bharat / bharat

এই ৰাশিৰ জীৱনত হ’ব ধনাগমন...মনে বিচৰা জীৱনসংগী লাভ কৰিব এই ৰাশিৰ লোকে...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 18th August

Daily Horoscope: আজি ৰাশি সলনি কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 18th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 12:45 AM IST

মেষ ৰাশি: আজি আপুনি সকলো কামতে নমনীয়তাৰ পৰিচয় দিয়ক ৷ পৰিয়ালৰ বিচৰা খিনি দিবলৈ চেষ্টা কৰক ৷ যিয়ে আপোনাক শান্তি দিব ৷ কথা কওতে সাৱধান হওক অন্যথা আপোনাৰ কথাই আপোনজনক আঘাত দিব পাৰে ৷ তৰ্কা-তৰ্কিক অধিক বাঢ়ি যাবলৈ নিদিব অন্যথা আপোনাৰ ভাত সাজ শান্তিৰে খোৱা মুদা মৰিব ৷ অদৰকাৰী বস্তু ক্ৰয় কৰি খৰচ নবঢ়াব অন্যথা আপুনি ধাৰত পোত খাব ৷

বৃষ ৰাশি: ধনৰ বৰ্ষা হ’ব ৷ আপোনাৰ ওপৰত লক্ষ্মী দেৱী সন্তুষ্ট হ’ব ৷ টকাৰ লেনদেন আৰু ধন আগমণৰ বাট মুকলি হ’ব ৷ আপোনাৰ মন ভালে থাকিব আৰু তাৰ ফলত আগতে ৰৈ যোৱা কামসমূহ সোনকালে শেষ কৰিব পাৰিব ৷ আনন্দৰে থাকক, তাৰ বাবে জমা টকা খৰচ কৰিবলৈ চিন্তা নকৰিব ৷

মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ আপোনাৰ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক, সুখ অনুভৱ কৰিব ৷ যি আপোনাৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব ৷ চকুৰ অসুখত ভোগাসকলৰ বাবে সুবিধাজনক দিন নহয় ৷ আয়ৰ মাত্ৰাতকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি হ’ব ৷ দুৰ্ঘটনাৰ যোগ আছে, বাহন সাৱধানে চলাব ৷ প্ৰাৰ্থনা আৰু ধৰ্মীয় কামকাজে মনক শান্তি দিব ৷

কৰ্কট ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক ভাল ফল ভোগ কৰত সহায় কৰিব ৷ বন্ধুৰ লগত সুন্দৰ সময় উপভোগ কৰিব পাৰিব ৷ অকলশৰীয়া সকল সাজু হওক আপোনালোকে এইকেইদিনতে জীৱনসংগী লাভ কৰিব ৷ দীঘলীয়া ভ্ৰমনত যাব পাৰে আৰু দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰে ৷

সিংহ ৰাশি: আপোনাৰ কৰ্মদক্ষতা আপোনাৰ কথাত আৰু কামত জিলিকি উঠিব ৷ আপোনাৰ বচ আৰু উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সুখী হ’ব, যি আপোনাক সামাজিক পৰিচয় প্ৰদান কৰিব ৷ পিতৃৰ লগত সম্পৰ্কৰ উন্নীত হ’ব আৰু তেওঁৰ পৰা সহায় লাভ কৰিব ৷ মাটি বাৰী বেচা কিনাৰ বাবে সুন্দৰ সময় ৷

কন্যা ৰাশি: আজি আপুনি দুৰ্বল অনুভৱ কৰিব ৷ সন্তানৰ শৰীৰৰ চিন্তাই আপোনাৰ মন অশান্ত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ উদ্দিগ্নতা বৃদ্ধি হ’ব আৰু কাৰ্যক্ষমতা হ্ৰাস পাব ৷ দিনটো যেনে তেনে পাৰ কৰি দিয়ক ৷ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ এতিয়াৰ খোজ কি হ’ব মন দিয়ক যদিহে আপুনি জয়ী হ’ব বিচাৰিছে ৷

তুলা ৰাশি: প্ৰত্যেক খোজ সাৱধানে দিয়ক, আজিৰ দিনটো আজি আপোনাৰ বাবে সুখৰ নহ’বও পাৰে ৷ কাজিয়া, তৰ্ক, খং আৰু বেয়া শৰীৰে আপোনাৰ সমগ্ৰ দিন অসুবিধাজনক কৰি তুলিব পাৰে ৷ শান্ত থাকক আৰু প্ৰতি খোজতে সাৱধান হওক ৷ আজিৰ এটা ভাল দিশ ধনৰ দিশটো ৷ যিয়ে আপোনাক সুখী কৰি তুলিব ৷ ধৰ্মীয় কাম-কাজে মনক স্থিৰ কৰাত সহায় কৰিব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব পাৰিব ৷ পুৰণি বন্ধুক লগ পাব আৰু এটা সৰু বনভোজৰ আয়োজন কৰিব পাৰে ৷ আপোনাৰ সুন্দৰ কাপোৰ আৰু গহণা কিনিবলৈ মন যাব অথবা আপুনি জীৱনসংগীৰ পৰা উপহাৰৰূপেও এইবোৰ লাভ কৰিব পাৰে ৷ আপুনি সামাজিকভাৱে সন্মান লাভ কৰিব পাৰে ৷

ধনু ৰাশি: আপোনাৰ গ্ৰহ আজি সঠিক স্থানত আছে, যি আপোনাক বহু সুবিধা প্ৰদান কৰিব ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱস্থা ভালে ৰাখিব ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিবেশ ভালে থাকিব ৷ মাতৃৰ ঘৰৰ পৰা অহা ভাল খবৰে আপোনক আনন্দিত কৰি তুলিব ৷ আপোনাৰ প্ৰতিদ্বন্দ্বিতকৈ আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব আৰু বিজয়ী হ’ব পাৰিব ৷

মকৰ ৰাশি: আজি আপুনি এলাহ আৰু দুৰ্বল অনুভৱ কৰিব ৷ বিভিন্ন কাৰণত চিন্তিত হৈ থাকিব ৷ মানসিক কাৰণত টান কাম কৰাৰ ক্ষমতা হ্ৰাস হ’ব ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ! দীঘলীয়া উশাহ লওক আৰু জিৰণি আৰু শান্তি অনুভৱ কৰক ৷

কুম্ভ ৰাশি: এটা মধ্যমীয়া দিন ৷ বেয়া চিন্তাবোৰ আঁতৰাই পেলাওক যিবোৰে আপোনাৰ শৰীৰ আৰু পৰিয়ালৰ অশান্তিৰ কাৰণ বুলিব পাৰি ৷ এনে কোনো কাম নকৰিব যি আপোনাক সামাজিকভাৱে সন্মান হানি কৰে ৷ ঘৰ আৰু সম্পত্তিৰ ক্ষেত্ৰত বিচাৰ কৰোঁতে অধিক সাৱধান হওক ৷ শিক্ষাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত সুগম দিন ৷ ধনৰ দিশত আপোনাৰ ব্যৱস্থাপনা সফল হ’ব আৰু ধনাগমনৰ বাট সুগম হ’ব ৷ মাতৃৰ পৰা লাভ পাব ৷

মীন ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহ প্ৰাৰ্থীৰ বাবে দিনটো শুভ ৷ দৰাচলতে ক’বলৈ গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল ৷ আজি গোটেই দিনটো আপোনাৰ উলহ-মালহেৰে পাৰ হ’ব ৷ আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ ৷ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব, সন্ধিয়াটো হাঁহি-স্ফুৰ্তিৰ সৈতে পাৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.