ETV Bharat / bharat

পাৰিবাৰিক জীৱন সুখৰ হ’ব কুম্ভ ৰাশিৰ লোকৰ...তুলা ৰাশিৰ লোকে আজি লাভ কৰিব এই সুবিধা...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 15th August

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 12:03 AM IST

Daily Horoscope: আজি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 15th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: নতুন কাম বা যোজনা আৰম্ভ কৰিবৰ বাবে এটা ভাল দিন ৷ দিনটোৰ মাজত সফলতা বৃদ্ধি পাব পাৰে ৷ দিনটোৰ প্ৰথম ভাগত যথেষ্ট সমস্যা হ’ব পাৰে, কিন্তু ধৈৰ্য ধৰক ৷ দিনৰ পিছৰভাগ শান্ত আৰু সুখৰ হ’ব ৷ ধ্যান বা যোগাসন কৰিব পাৰে, ই আপোনাক শান্ত কৰিব ৷ বিৰক্তিকৰ বিবাদ আৰু কাজিয়াৰ পৰা হাত সাৰিবৰ বাবে নিজৰ বক্তব্য আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কোৱাৰ আগতে ভাবক ৷ আপোনাৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক, জাংকফুড গ্ৰহণ নকৰিব ৷

বৃষ ৰাশি: দিনটোৰ আৰম্ভণি সুখী-ভাগ্যৱান অনুভৱেৰে আৰম্ভ হ’ব, যদিও সম্পূৰ্ণ দিনটো এনেদৰেই থকাটো সম্ভৱপৰ নহ’বও পাৰে ৷ বন্ধু তথা প্ৰিয়জনৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ অদৰকাৰী কাজিয়া-বিবাদৰ পৰা আঁতৰত থাকক ৷ ক্ৰোধ নিয়ন্ত্ৰণহীন হ’লে কথাবোৰ বেয়ালৈ ঢাল খাব পাৰে ৷ আপোনাৰ স্বাস্থ্যৰ যত্ন লওক ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ধ্যান-সাধনা আৰু যোগাসনে এটা কঠোৰ দিনৰ যন্ত্ৰণা হ্ৰাস কৰিব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নিশ্চিতভাৱে এই আনন্দদায়ক দিনটোৰ সুবিধা গ্ৰহণ কৰিব আৰু বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ কাৰ্যালয়ত দিনটো ভালদৰে পাৰ হ’ব ৷ আপোনাৰ ভিতৰৰ ইতিবাচক শক্তিয়ে সকলো দিশতে জয় লাভ কৰাৰ এক মনোভাৱ প্ৰদান কৰিব ৷ সহকৰ্মীসকলেও সহায়ৰ হাত আগবঢ়াব ৷

কৰ্কট ৰাশি: দিনটো শুভ হ’ব ৷ অৱশ্যে পেটৰ অসুখ হ’ব পাৰে, নিশ্চিত কৰক যে আপুনি বাহিৰত খাদ্য গ্ৰহণ কৰি সংক্ৰমণৰ চিকাৰ নহয় ৷ মধ্যাহ্নৰ পিছত বিৰক্তিকৰ পুৱাৰ অৱসান ঘটিব আৰু মানসিক-শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব ৷ কাৰ্যালয়ত বন্ধুত্বপূৰ্ণ পৰিৱেশ থাকিব আৰু সহকৰ্মীসকলে সহায় আগবঢ়াব ৷ দিনটোৰ পিছৰ ভাগত আপুনি অসম্পূৰ্ণ কাম সমাপ্ত কৰিব পাৰিব ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ'ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ'ব ৷ খং ত্যাগ কৰি সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব ৷

কন্যা ৰাশি: চাব যাতে আজি কাৰো সৈতে অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ'ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভৱান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষণীয়ভাৱে আয় বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ কাৰণে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব । ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত, তেতিয়াহ’লে বিবাহৰ যোগ আছে । সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্যই হাঁহি মাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ হ'ব ৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ'ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ'ব ৷ আমদানি বৃদ্ধি হ'ব আৰু পদোন্নতি হ'ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক অশান্তি তথা শৰীৰিক অসুস্থতাৰ কাৰণ হ'ব পাৰে ৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ'ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিৱেশ কৰক আৰু প্ৰতিযোগিতা-দন্দ্বৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা বোৱা কৰিছে, তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ অনুকুল নহ'ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে-সিজনক কাপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন গাড়ী ক্ৰয় কৰাৰ যোগ আছে ৷

মীন ৰাশি: লিখা-মেলা বা বৌদ্ধিক আলোচনা আৰু কামত জড়িত হৈ সৃষ্টিশীল আৰু বিশেষণাত্মক কাৰ্য কৰাৰ বাবে এটা উত্তম দিন ৷ যদি আপুনি ইতিমধ্যে পৰিকল্পনা কৰি থৈছে, তেন্তে প্ৰয়োগ কৰাৰ বাবে উচিত সময় ৷ আপুনি অধিগ্ৰহণ কৰা যিকোনো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ শাৰীৰিক অৱনতি ঘটিব পাৰে ৷ বিদেশত বাস কৰা সম্পৰ্কীয় লোকৰ পৰা ভাল খবৰৰ অহাৰ আশা আছে ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ দাম্পত্য জীৱন সুখৰ হ’ব...লাভ কৰিব কৰ্মক্ষেত্ৰত সফলতা...বৃদ্ধি হ’ব ধন-সম্পত্তি...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.