অসম

assam

ETV Bharat / videos

নাও দুৰ্ঘটনাত মৃত্যু হোৱা চক্ৰ বিষয়া সঞ্জু দাসলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শ্ৰদ্ধাঞ্জলী - Dhubri circle officer Sanju Das died

🎬 Watch Now: Feature Video

By

Published : Oct 4, 2022, 10:43 AM IST

ধুবুৰীৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (Dhubri circle officer Sanju Das died in dhubri boat accident)। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু চিৰাকুটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত চিৰাকুটা বজাৰত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় এটি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান (SMSS pays tribute to Sanju Das)। মমবাতি জ্বলাই মৃত চক্ৰ বিষয়াগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ছাত্ৰ সংগঠনটোৱে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ জৰিয়তে মৃত সঞ্জু দাসৰ পৰিয়াললৈ তৎকালীন এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু পৰিয়ালৰ ১ জন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

ABOUT THE AUTHOR

...view details