অসম

assam

By

Published : May 2, 2021, 1:10 PM IST

ETV Bharat / videos

পাটাছাৰকুছি সমষ্টিত ৰণজিৎ দাসৰ অগ্ৰগতি

পাটাছাৰকুছি সমষ্টিত পঞ্চম ৰাউণ্ডৰ পিছত ৰণজিৎ কুমাৰ দাসৰ অগ্ৰগতি ৷ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিলে 26,575 টা ভোট ৷ ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় নিৰ্বাচন ৮০ খনতকৈও অধিক আসন লাভ কৰিব বিজেপিয়ে । লগতে প্ৰাৰ্থীগৰাকীয়ে কয় বুথ পৰ্যায়ৰ কর্মীসকলে দিয়া exit poll সত্য হ'ব ।

ABOUT THE AUTHOR

...view details