অসম

assam

ETV Bharat / videos

ৰঙিয়াত কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলিছে ভোটগণনাৰ প্ৰস্তুতি

By

Published : May 2, 2021, 8:36 AM IST

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি ৰঙিয়াত কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলিছে ভোটগণনাৰ প্ৰস্তুতি । আজি ৰঙিয়া আৰু কমলপুৰৰ ভোটগণনা সম্পূৰ্ণ হ'ব ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত। প্ৰথমে বেলট ভোট সমূহৰ গণনা কৰাৰ পাছতহে ইভিএম সমূহ খোলা হ'ব। ৰঙিয়াৰ সৰ্বমুঠ ১,৯৫,৪৩৯ গৰাকী ভোটাৰৰ বিপৰীতে কমলপুৰৰ ১,৮০,৩০১ গৰাকী ভোটাৰে ৰঙিয়াৰ আঠ গৰাকী আৰু কমলপুৰৰ চাৰি গৰাকী প্ৰাৰ্থীৰ ভাগ‍্য নিৰ্ণয় কৰিছে ৷

ABOUT THE AUTHOR

...view details