অসম

assam

ETV Bharat / videos

এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' অনুষ্ঠানত ধুনীয়া হোৱাৰ কৌশল - ধুনীয়া হোৱাৰ কৌশল

By

Published : Dec 5, 2020, 5:05 PM IST

Updated : Dec 5, 2020, 6:55 PM IST

আপুনি চাল,চুলিৰ সমস্যাত ভুগিছে নেকি ? ঠাণ্ডাৰ বাবে ওঁঠ আৰু ভৰিৰ গেৰুৱা ফাটিছে নেকি ?এই সমস্যাবোৰৰ সমাধান লৈ এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' ৷ এইবাৰৰ অতিথি হৈছে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত ভূঞা ৷ অনুষ্ঠান উপভোগ কৰাৰ বাবে লগ ইন কৰক www.etvbharat.com ৷
Last Updated : Dec 5, 2020, 6:55 PM IST

ABOUT THE AUTHOR

...view details