অসম

assam

By

Published : Apr 22, 2022, 11:48 AM IST

ETV Bharat / videos

উচ্চ শিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত নকৰাসকল দেশদ্ৰোহী : ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

‘‘উচ্চশিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নহাসকল দায়িত্বশীল নাগৰিক নহয় ৷ তেওঁলোক প্ৰকৃততে দেশদ্ৰোহীহে’’ । শুকুৰবাৰে পুৱা বাঘৰবৰী এল পি স্কুলত গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে (Dhirendra Nath Chakraborty cast his vote )৷ ভোটাধিকাৰ সাব্যস্ত নকৰি দেশৰ বাবে চিন্তা নকৰা একাংশ নিৰাশাবাদী বুদ্ধিজীৱিকো চোকা ভাষাৰে সমালোচনা কৰে গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details