অসম

assam

HS final result 2022: শীৰ্ষ-10 ত থাকিল নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ 5 গৰাকী শিক্ষাৰ্থী

By

Published : Jun 27, 2022, 12:57 PM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰ ধাৰা অব্যাহত আছে নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ(Concept junior college HS result 2022) ৷ কনচেপ্ট জুনিয়ৰ কলেজৰ পাঁচগৰাকীকৈ শিক্ষাৰ্থীয়ে শীৰ্ষ দহটাৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে (Concept junior college Nagaon result 2022) ৷ বিজ্ঞান শাখাত সূৰজিৎ সূত্ৰধৰে তৃতীয় স্থান, ঋত্বিক কুমাৰ সুতে চতুৰ্থ স্থান, ৰোহন শইকীয়াই পঞ্চম স্থান, দেবাশীষ শৰ্মাই নৱম স্থান আৰু কলা শাখাত প্ৰত্যুষ প্ৰতিম বৰাই পঞ্চম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে ৷

ABOUT THE AUTHOR

...view details