অসম

assam

ETV Bharat / videos

বিলাসীপাৰাত CRPF ৰ প্ৰসংশনীয় পদক্ষেপ

By

Published : Jul 25, 2021, 8:46 PM IST

দেশৰ আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত সদায় নিয়োজিত হৈ থাকে CRPF ৰ জোৱানসকল ৷ তাৰ মাজতে দেওবাৰে বিলাসীপাৰাত চিআৰপিএফে (CRPF) ৰূপায়ণ কৰিলে এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ বাহিনীটোৱে পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে বি এম জুনিয়ৰ কলেজ চৌহদত ৰোপণ কৰিলে গছপুলি ৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মেঘালয়ত গছপুলি ৰোপণ কৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিলাসীপাৰাৰ 48 বেটালিয়নৰ জোৱানে ৰোপণ কৰে কেইবা শতাধিক গছপুলি ৷ লগতে ৰাইজৰ মাজতো বিতৰণ কৰে শতাধিক গছপুলি ৷

ABOUT THE AUTHOR

...view details