বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী - নৰেন্দ্ৰ মোডী
শুকুৰবাৰে বাজেট অধিৱেশনৰ প্ৰাকমুৰ্হূতত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদৰি কৰে যে, বাজেট অধিৱেশন হৈছে দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি ৷ লগতে মোডীয়ে কয় যে, দেশৰ স্বাধীনতা সংগ্ৰামী সকলে দেখা সপোন বাস্তবায়িত কৰিবলৈ দেশৰ আগত এক সোণালী সুযোগ আছে ৷ এই দশকটোৰ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ ৷