অসম

assam

By

Published : May 3, 2021, 11:34 AM IST

Updated : May 31, 2021, 6:21 AM IST

ETV Bharat / videos

উদাৰবন্দ সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী মিহিৰ কান্তি সোমে

দেওবাৰে ঘোষণা হ'ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উদাৰবন্দ সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী মিহিৰ কান্তি সোমে ৷ জয়লাভৰ পাচতে প্ৰাৰ্থী গৰাকীয়ে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
Last Updated : May 31, 2021, 6:21 AM IST

ABOUT THE AUTHOR

...view details