অসম

assam

উদয়পুৰ কাণ্ড: গোলাঘাটত বিশ্ব হিন্দু পৰিষদ-বজৰং দলৰ প্ৰতিবাদ

By

Published : Jun 30, 2022, 10:54 PM IST

বিশ্ব হিন্দু পৰিষদৰ গৰ্জনত উত্তাল হ’ল গোলাঘাট ৷ ৰাজস্থানৰ উদয়পুৰত সংঘটিত হত্যাকাণ্ডৰ (Kanhaiya Lal killing case) বিৰোধিতাৰে বৃহস্পতিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Bajrang Dal and Vishwa Hindu Parisad protest in Golaghat) ৷ জেহাদী সন্ত্ৰাসবাদী নিপাত যাওক, হত্যাকাৰীক ফাঁচী দিয়ক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ এই প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ।

ABOUT THE AUTHOR

...view details