ৰাজ্যত পুনৰ বানৰ পৰিৱেশঃ বাৰিষাৰ আগমণৰ লগে লগে আৰম্ভ হৈছে নৈ-পৰীয়া ৰাইজৰ অমানিশা
আৱণ্টিত পুঁজিৰ উচিত ব্যৱহাৰ আৰু অভিলাষী প্ৰকল্পৰ বাস্তৱ ৰূপায়ণ সম্ভৱ হৈছে নে ? ৰাজ্য চৰকাৰৰ ব্যৱস্থাপনা সন্দেহৰ উৰ্ধত নহয় বুলি আয়োগৰ মজিয়াত সততে চৰ্চিত হৈ থকাৰ পাচতো চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীয়ে জনসাধাৰণৰ ওচৰত আত্মসমৰ্পন কৰিয়েই দায়িত্ব সামৰিব নেকি ? ৰাইজৰ প্ৰশ্ন মন্ত্ৰী মহোদয়লৈ...