অসম

assam

By

Published : Apr 6, 2021, 2:01 PM IST

ETV Bharat / videos

বৰক্ষেত্ৰীত ভোটাধিকাৰ সাব্যস্ত কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাই

ৰাজ্যত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত বৰক্ষেত্ৰী সমষ্টিত ভোটদান কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাই ৷ সমষ্টিটোৰ হাউলীঘাট প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থী গৰাকীয়ে ৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাচত প্ৰাৰ্থী গৰাকীয়ে কয়, বিজেপি চৰকাৰৰ কাম-কাজত সন্তুষ্ট হৈ অসমবাসীয়ে পুনৰবাৰ বিজেপিক চৰকাৰ বনোৱাৰ স্বাৰ্থত ভোট দিব ৷ লগতে সমষ্টিটোত বিপুল ভোটত প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলিও সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details