অসম

assam

By

Published : Apr 5, 2022, 10:10 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ETV Bharat / videos

মন্দিৰত চুৰি কৰিবলৈ গৈ দেৱালৰ সুৰুঙাত বন্দী হ’ল চোৰ

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ এটা মন্দিৰৰ পৰা চুৰি কৰিবলৈ মন্দিৰত প্ৰৱেশ কৰিলে এটা চোৰ ৷ মন্দিৰত প্ৰৱেশ কৰি সামগ্ৰী চুৰি কৰাৰ পিছতে ফান্দত পৰিল চোৰ । চুৰি কৰাৰ পিছত দেৱালৰ সুৰুঙাৰে পলাব গৈ বন্দী হোৱা চোৰটোৰ (Thief trapped in a temple wall hole) কি বিলৈ হ’ল চাও আহক ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details