অসম

assam

ETV Bharat / videos

দলং হ’লেও কিয় ফেৰীৰেই মাজুলীলৈ যাব জুবিন

By

Published : May 16, 2019, 11:12 AM IST

বুধবাৰে বাক্সাৰ জালাহত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ মায়াবিনী, মা আৰু মাজুলীৰ এজনী ছোৱালী ৷ নাহৰ , মৰিলং মৰিলং আৰু নদী বাঢ়িলে ঐ ৷ মাজুলীৰ পৰা যোৰহাটলৈ দলং বনোৱাৰ ঘোষণা অসাৰঃ জুবিন ৷ 20 বছৰতো চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে দলং ৷ মাজুলীৰ এজনী ছোৱালীৰ ৰহস্য ভাঙিলে জুবিন গাৰ্গে ৷ সেইজনী কোনো ছোৱালী নহয় , মাজুলীয়েই এজনী ধুনীয়া ছোৱালী ৷ দলং হ’লেও মাজুলীলৈ সদায় ফেৰীৰেই যাব জুবিন গাৰ্গ ৷

ABOUT THE AUTHOR

...view details