অসম

assam

ETV Bharat / videos

গুলপীয়া ডবাৰে মহিলা সুৰক্ষা দিবলৈ আহি আছে ব’হাগী...

By

Published : Jul 30, 2019, 3:23 PM IST

ৰে'লত অকলে যাত্ৰা কৰা মহিলাসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে লৈছে উল্লেখনীয় পদক্ষেপ । মহিলাসকলৰ প্ৰিয় ৰঙৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীবাহী ৰে'লত মহিলাৰ বাবে সংযোজন কৰা গুলপীয়া ৰঙৰ বিশেষ ডবা ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...

ABOUT THE AUTHOR

...view details