অসম

assam

'Ridip Abhilash craftlet'ৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

By

Published : Nov 20, 2020, 11:00 PM IST

এইবাৰৰ ইটিভি ভাৰতৰ সঁফুৰাৰ অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰ অভিলাষ দাস আৰু ৰিদিপ লহকৰ ৷ যি দুগৰাকী ছাত্ৰই গীতৰ জৰিয়তে সমাজত আনিব বিচাৰিছে পৰিৱৰ্তন ৷ ছাত্ৰ দুগৰাকীৰ আছে এটি ফ'ৰাম ৷ নাম যাৰ 'Ridip Abhilash craftlet' ৷ শনিবাৰে সন্ধিয়া 5 বজাত প্ৰচাৰ কৰা হ'ব আমাৰ এই অনুষ্ঠান ৷ অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com ৷

ABOUT THE AUTHOR

...view details