অসম

assam

ETV Bharat / videos

ৰাষ্ট্ৰীয় পৰ্যায়ত হ্ৰাস পাইছে কংগ্ৰেছৰ গুৰুত্ব : ৰূপম গোস্বামী

By

Published : Nov 2, 2020, 7:28 PM IST

"আগতে কংগ্ৰেছ দলত যিসকল তত্বৱধায়ক আছিল, সেই সকলো লোক প্ৰভাৱশালী নেতা আছিল ৷ কিন্তু এতিয়া তেওঁলোকে জীতেন্দ্ৰ সিঙক সেই দায়িত্ব দিয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে, বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বহীন ৷ কিয়নো এগৰাকী কনিষ্ঠ নাম নোহোৱা লোকক এই গধুৰ দায়িত্ব দিয়াৰ পৰা ইয়াকে বুজা গৈছে, পূৰ্বতে ৰাষ্ট্ৰীয় পৰ্যায়ত থকা প্ৰদেশ কংগ্ৰেছৰ গুৰুত্ব সম্প্ৰতি হ্ৰাস পাইছে ৷" সোমবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷ ইয়াৰোপৰি তেওঁ বিৰোধী দলটোৰ লগতে নিজ দলৰো ভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰে ৷

ABOUT THE AUTHOR

...view details