অসম

assam

ETV Bharat / videos

কৰিমগঞ্জৰ কানাইলাল জিউ আশ্ৰমত ৰথযাত্ৰাৰ প্ৰস্তুতি

By

Published : Jul 4, 2019, 9:02 AM IST

কৰিমগঞ্জ , ০৪ জুলাই : আজি জগন্নাথ দেৱৰ ৰথযাত্ৰা । কিন্তু অসমত এনে এক স্থান আছে য'ত ৰথযাত্ৰাৰ আগ নিশাৰ পৰাই উখল মাখল পৰিৱেশৰ সৃষ্টি হয় । কৰিমগঞ্জৰ কানাইলাল জিউ আশ্ৰমত যুগ যুগ ধৰি জগন্নাথ দেৱৰ ৰথযাত্ৰা উদযাপন হৈ আহিছে । কেৱল মণিপুৰী সম্প্ৰদায়ৰ লোকে বিশেষ এই ৰথ যাত্ৰা উদযাপন কৰে । সেয়ে বৰাক উপত্যকাৰ প্ৰতিটো প্ৰান্তৰ পৰা মণিপুৰী সম্প্ৰদায়ৰ লোকে লোকাৰণ্য হয় পৰে এই মন্দিৰ প্ৰাঙ্গন ৷

ABOUT THE AUTHOR

...view details