"NRC বিদেশীক খেদিবলৈ নহয়, বিদেশিক স্বদেশী কৰিবলৈহে"- কিশোৰ উপাধ্যায়
শনিবাৰে প্ৰকাশ পালে অসমীয়া জাতিৰ দলিল স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী । জাতিৰ দলিল আখ্যা পোৱা NRC প্ৰকাশৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ একাংশ নেতা । বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায় মন্তব্য NRC ত অন্তৰ্ভুক্ত হৈছে বহু বিদেশীৰ নাম আৰু বাদ পৰিছে স্বদেশীৰ নাম । এই খন NRC শুদ্ধ NRC নহয় ।