কৃষ্ণচূড়াৰ ৰঙাই ৰাঙলী কৰিছে গোৱালপাৰাৰ আকাশ
গোৱালপাৰা , 01 জুন : এফালে ডাৱৰে চুই যোৱা ঘন সেউজীয়া মাকৰি পাহাৰ আনফালে কুমাৰী বিল আৰু বৰলুইটৰ অপৰূৰ সৌন্দৰ্য ৷ এতিয়া এনে এক নান্দনিক দৃশ্যই দেখিবলৈ পোৱা যায় গোৱালপাৰা জিলাৰ শলমাৰীৰ পৰা পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুলৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৷ গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক জাহিদুল ইছলামৰ এক প্ৰতিবেদন..