অসম

assam

ETV Bharat / videos

হৃদয়হীন পিতৃৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

By

Published : Aug 2, 2019, 5:34 PM IST

বৃহস্পতিবাৰে নগাঁৱৰ চামগুৰিৰ মৌমাৰিত এজন নিষ্ঠুৰ পিতৃয়ে নিজ কন্যাক গুৰুলা গুৰুলকৈ মাৰপিট কৰা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতেই পাষাণ পিতৃৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নগাওঁ আৰক্ষীৰ , ইতিমধ্যে পিতৃ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ ৷

ABOUT THE AUTHOR

...view details