অসম

assam

By

Published : Apr 1, 2021, 2:27 PM IST

ETV Bharat / videos

100 শতাংশ জয় নিশ্চিত: শিবু মিশ্ৰ

লামডিং সমষ্টিৰ বিধায়ক তথা বিজেপি মিত্ৰজোঁঁটৰ প্ৰাৰ্থী শিবু মিশ্ৰই ভোটদান কৰে ৷ লামডিং প্ৰণৱ বিদ্যাপিঠ বিদ্যালয়ৰ ২৩ নম্বৰ ভোটকেন্দ্ৰত পত্নী আৰু জীয়ৰী সহ ভোটদান কৰিলে মিশ্ৰই ৷ এইবাৰ লামডিঙৰ ৰাইজে তেওঁক বিপুল ভোটত জয়ী কৰোৱাই দিছপুৰলৈ প্ৰেৰণ কৰিব বুলি আশাবাদী ৷ পুৱাৰ পৰা ৰাইজৰ দীঘলীয়া শাৰীয়ে প্ৰমাণ কৰে যে এইবাৰ ৰাইজে বিজেপিক জয়ী কৰাব- এই বুলি মন্তব্য কৰে শিবু মিশ্ৰই ৷ নিৰ্বাচিত হলে সমষ্টিৰ আধৰুৱা উন্নয়নমূলক কাম সমাধান কৰাত গুৰুত্ব প্ৰদান কৰিব বুলি মিশ্ৰই ৷

ABOUT THE AUTHOR

...view details