সুৰাৰ বটলত সৰ্বস্ব হেৰুওৱা মানুহ আপুনি বহুত দেখিছে, নেদেখিলেও আপুনি হয়তো শুনিছে পূৰ্বতে বহু সম্পত্তিৰ গৰাকী হোৱা কোনোবা সুৰাৰ ৰাগীত সৰ্বহাৰা হোৱাৰ কথা ৷ এক অনুৰূপ ঘটনাই সংঘটিত হ’ল মাজুলীত ৷ মাটিৰ দালালৰ সৈতে থকা বন্ধুত্বৰ বাবেই একেলগে সুৰাপান কৰি সৰ্বহাৰা হোৱাৰ অভিযোগ কৰিছে মাজুলীৰ হৰি ঘোষে ৷ অভিযোগ মতে, মাজুলী নয়াবজাৰৰ হৰি ঘোষক পৰেশ সেনাপতি ওৰফে শিলিখা নামৰ লোকজনে সুৰাপান কৰোৱাই দলিলত চহী কৰাই কাঢ়ি ল’লে মাটি ৷ তাৰ পিছত কি হ’ল চাও আহক ৷