ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত - ৰঙাপৰা
এটাৰ পিচত আনটো ঘটনাই জোকাৰী গৈছে সমগ্ৰ ৰাজ্যক৷ দিন দুপৰতে বনাঞ্চলৰ পৰা নামি আহিছে বন্য হস্তী ৷ এইয়া কোনো অস্বাভাৱিক দৃশ্য নহয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে দৃশ্য তেনেই সূলভ৷ সোমবাৰে গোলাঘাট মৰঙি আৰু লেটকুজন চাহ বাগিচাত বিচৰণ কৰিলে এটা বন্যহস্তীৰ দলে ৷ খাদ্যৰ সন্ধানত বিগত কেইবাদিন ধৰি হাতীৰ জাকটোৱে বিচৰণ কৰি আছে চাহ বাগিচাখনত । বিপৰীতে খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ লোকে ৷ চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...