অসম

assam

By

Published : Dec 11, 2021, 5:52 PM IST

Updated : Dec 11, 2021, 7:28 PM IST

ETV Bharat / videos

Man elephant conflict in Assam: বন্যহস্তী উপদ্ৰৱত শংকিত বঢ়মপুৰবাসী

হাতী মানুহৰ সংঘাতত সৰ্বস্ব হেৰুৱাইছে বঢ়মপুৰৰ জনতাই ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে(Man elephant conflict in Barhampur) কঠিয়াতলী বন আঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত । শুকুৰবাৰে নিশাৰ ভাগতো কামপুৰৰ মনোহৰ গাঁৱৰ লগতে তেতেলীসৰাৰ বিভিন্ন এলেকাত বন্যহস্তী প্ৰৱেশ কৰি ব্যাপক ক্ষতিসাধন কৰে গঞাৰ । মনোহৰ গাঁৱৰ ঘনকান্ত দাস আৰু নতুন গাঁৱৰ জ্যোতি বৰা নামৰ মহিলাগৰাকীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে । পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে প্ৰতিদিনে অঞ্চলটোত বন্যহস্তীৰ জাকে বাসগৃহ ভাঙি উপদ্ৰৱ চলাই অহাত অঞ্চলবাসী শংকিত হৈ পৰিছে ।
Last Updated : Dec 11, 2021, 7:28 PM IST

ABOUT THE AUTHOR

...view details