অসম

assam

মাজুলীত ৰাসৰ কলা-কুশলীক Covid Test স্বাস্থ্য বিভাগৰ

By

Published : Nov 16, 2021, 1:49 PM IST

ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ(Raas Mahotsav) উদযাপন কৰিবৰ বাবে সাজু হৈছে মাজুলী জিলা প্ৰশাসন(Majuli District Administration)ৰ লগতে মাজুলীবাসী ৰাইজ । জিলাখনৰ 14 খন ঐতিহাসিক সত্ৰ ৰাসৰ বাবে সজাই-পৰাই তোলা হৈছে । সত্ৰসমূহত ৰাতি দুপৰলৈকে চলিছে ৰাসৰ আখৰা । চৰকাৰে বান্ধি দিয়া ক’ভিড নীতি-নিৰ্দেশনা মানি ৰাস আয়োজন কৰিবৰ বাবে সাজু হৈছে ৰাস সমিতিসমূহ । আখৰাৰ মাজতে মাজুলীৰ ৰাস মঞ্চত মাজুলী স্বাস্থ্য বিভাগ(Majuli Health Department)য়ে ব্যৱস্থা কৰিছে ক’ভিড পৰীক্ষা(Covid Test)ৰ । স্বাস্থ্য কৰ্মীয়ে ৰাসৰ কলা-কুশলীসকলক ক’ভিড পৰীক্ষা কৰা পৰিলক্ষিত হৈছে ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details