অসম

assam

By

Published : Nov 26, 2020, 11:53 AM IST

Updated : Nov 26, 2020, 3:54 PM IST

ETV Bharat / videos

পঞ্চভূতত বিলীন হ'ব চিৰতৰুণ

আজি পঞ্চভূতত বিলীন হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ কলাক্ষেত্ৰৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ চৰকাৰী বাসভৱনলৈ নিয়াৰ পাচত ৰুক্মিনীগাঁও গীৰ্জা, আমবাৰী বুঢ়া মছজিদ, শুক্ৰেশ্বৰ আদিত শ্ৰদ্ধা জনোৱা হ’ব সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ শিলপুখুৰীৰ পৰা সমদলেৰে লৈ যোৱা হ’ব নৱগ্ৰহ লৈ ৷ নৱ গ্ৰহতেই যাৱতীয় বৈদিক কাৰ্য সম্পাদনেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ ৷
Last Updated : Nov 26, 2020, 3:54 PM IST

ABOUT THE AUTHOR

...view details