অসম

assam

By

Published : Jul 7, 2019, 9:50 PM IST

ETV Bharat / videos

কেতিয়া নিৰ্মূল হ’ব অন্ধবিশ্বাস ? কিমান সজাগ প্ৰশাসন অথবা চৰকাৰ !

ৰাজ্যত বৃদ্ধি পাইছে অন্ধবিশ্বাসৰ ঘটনা । ঘূৰি আহিছে আদিম যুগ । অন্ধবিশ্বাসৰ কৱলত পৰি মানৱ সমাজে সংঘটিত কৰি আহিছে পাশৱিক কাণ্ড । বিজ্ঞানৰ সৃষ্টিশীল জগতখনত এতিয়াও মানৱ জাতিৰ সমস্যা সমাধান হৈ আহিছে বলি বিধানেৰে । অন্ধবিশ্বাস সম্বন্ধে দেওবাৰে সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই কি ক'লে চাও আহক...

ABOUT THE AUTHOR

...view details