অসম

assam

By

Published : Jul 24, 2019, 11:26 PM IST

ETV Bharat / videos

পুনৰ জলমগ্ন ৰাজ্যৰ বিভিন্ন প্ৰান্ত

নিউজ ডেস্ক,24 জুলাইঃ বিগত দুই-তিনিদিন ধৰি বানৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ শেহতীয়াকৈ বানৰ কবলৰ পৰা নৈপৰীয়া লোকসকলে কিছু সকাহ পাইছিল যদিও পুনৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে ৰাজ্যবাসী ৷

ABOUT THE AUTHOR

...view details