অসম

assam

By

Published : Mar 12, 2021, 9:58 PM IST

ETV Bharat / videos

লক্ষ্মীপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মুকেশ পান্ডেৰ মনোনয়ন দাখিল

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা লক্ষ্মীপুৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী মুকেশ পান্ডে আজি মনোনয়ন দাখিল কৰে ৷ কাছাৰ জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰে মুকেশ পান্ডেয়ে ৷

ABOUT THE AUTHOR

...view details